ETV Bharat / state

নিৰ্বাচনক লৈ মৰিগাঁও জিলা উপায়ুক্তৰ সংবাদমেল - ৰাজ্য়ৰ জিলা প্ৰশাসন

মৰিগাঁও নৱনিযুক্ত উপায়ুক্ত সীমাৰেখা ভূঞাৰ সংবাদমেল সম্বোধন ৷ সংবাদ কৰ্মীসকলৰ সৈতে চিনাকী হৈ আগন্তুক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সহযোগিতা আগবঢ়োৱাৰ বাবে আহবান উপায়ুক্তগৰাকীৰ ।

নিৰ্বাচনক লৈ মৰিগাঁও জিলা উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Mar 28, 2021, 7:02 AM IST

মৰিগাঁও,28 মাৰ্চঃ প্ৰথম নিৰ্বাচনৰ অন্তত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৰাজ্য়ৰ প্ৰশাসন ৷ সংবাদমেলত মৰিগাঁও জিলাৰ তিনিটা বিধানসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত ল’বলগীয়া সকলো ব্যৱস্থাৰ বিষয়ে সদৰী কৰে ।

উপায়ুক্তৰ সভাকক্ষত শনিবাৰে অনুষ্ঠিত হোৱা সংবাদমেলখনত তিনিটা বিধানসভা সমষ্টি সম্পৰ্কে বাখ্যা আগবঢ়াই আদৰ্শ কেন্দ্ৰ, মহিলাৰ দ্বাৰা পৰিচালিত কেন্দ্ৰ, যান-বাহন আৰু সুৰা নিষিদ্ধ কৰাৰ বিষয়ে জিলা প্ৰশাসনে জাৰি কৰা ঘোষণাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে ।

লগতে পঢ়কঃ অসমত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ: লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.