মৰিগাঁও, ৫ এপ্ৰিল : শুকুৰবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভা । এই নিৰ্বাচনী সভাত বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলায় ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে । 'আকৌ এবাৰ মোডী চৰকাৰ' বুলি শ্ল'গান দি দহ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ডঃহিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ,ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্ৰাচাৰ্য, বিজয়া চক্ৰৱৰ্তী, পীয়ুষ হাজৰিকা, ৰমাকান্ত দেউৰী,ডিম্বেশ্বৰ দাসকে ধৰি আঙুৰলতা ডেকাই । হাই প্ৰফাইল নেতাসকলে উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ৰূপক শৰ্মাক নিৰ্বাচিত কৰাৰ লগতে কেন্দ্ৰত পুনৰ মোডী চৰকাৰ গঠন কৰাত সহায় কৰিবলৈ ৰাইজক আহ্বান জনায় ৷
মৰিগাঁৱত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ
মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ডঃহিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ,ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্ৰাচাৰ্য, বিজয়া চক্ৰৱৰ্তী, পীয়ুষ হাজৰিকা, ৰমাকান্ত দেউৰী,ডিম্বেশ্বৰ দাসকে ধৰি আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
মৰিগাঁও, ৫ এপ্ৰিল : শুকুৰবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভা । এই নিৰ্বাচনী সভাত বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলায় ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে । 'আকৌ এবাৰ মোডী চৰকাৰ' বুলি শ্ল'গান দি দহ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ডঃহিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ,ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্ৰাচাৰ্য, বিজয়া চক্ৰৱৰ্তী, পীয়ুষ হাজৰিকা, ৰমাকান্ত দেউৰী,ডিম্বেশ্বৰ দাসকে ধৰি আঙুৰলতা ডেকাই । হাই প্ৰফাইল নেতাসকলে উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ৰূপক শৰ্মাক নিৰ্বাচিত কৰাৰ লগতে কেন্দ্ৰত পুনৰ মোডী চৰকাৰ গঠন কৰাত সহায় কৰিবলৈ ৰাইজক আহ্বান জনায় ৷
Body:আকৌ এবাৰ মোডী চৰকাৰ নিৰ্মাণৰ বাবে মৰিগাঁৱত বিজেপি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। দহ নং নগাঁও লোক সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰুপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ডঃহিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহ,ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্ৰাচাৰ্য, বিজয়া চক্ৰৱৰ্তী, পীয়ুষ হাজৰিকা, ৰমাকান্ত দেউৰী,ডিম্বেশ্বৰ দাস, আঙুৰলতা ডেকা।
এই নিৰ্বাচনী সভাত বক্তব্য ৰাখে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী, বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মা আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্হিতি ৰাইজক সমালোচনা কৰি কয়, দূনীতি আৰু ভষ্টাচাৰেই বিকাশৰ নীতি,কংগ্ৰেছৰ নীতি আৰু নেতা নাই।মোডী চল্লিশ হাজাৰ কোটি টকা আগবঢ়াইছে। সেয়ে ইয়াৰ উপহাৰ ৰুপে মোডীক আমি ১৪ খন আসনৰ ভিতৰত ১২খন আসন উপহাৰ দিব লাগিব।shot:byte:cm sonuwal.
উল্লেখযোগ্য যে এই বিশাল নিৰ্বাচনী সভাত ৰাষ্ট্ৰীয় অধ্যক্ষ অমৃত শ্বাহে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী কটুভাষাৰে সমালোচনা কৰি আকৌ এবাৰ মোডী চৰকাৰৰ হবলৈ গৈ আছে বুলি মন্তব্য কৰু নগাঁৱৰ প্ৰাৰ্থী ৰুপক শমাক জয়ী কৰাবলৈ আহবান জনায়।shot.b
Conclusion:ratul deka,etc Bharat.morigaon