ETV Bharat / state

অসমৰ বাঙালী যুৱছাত্ৰ ফেডাৰেশ্যনে সহজ ভাৱে লব পৰা নাই অগপ-বিজেপি মিত্ৰতাক

author img

By

Published : Mar 13, 2019, 7:50 PM IST

বাঙালী সমাজে বৰ্জন কৰিব ভোটদান

VSDB

মৰিগাঁও,১৩ মাৰ্চ: সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱা অগপ-বিজেপিৰ মিত্ৰতাক সহজ ভাৱে লব পৰা নাইঅসমৰবাঙালী যুৱছাত্ৰ ফেডাৰেশ্যনে । দ্বিতীয় বাৰৰ বাবে অগপ বিজেপি মিত্ৰতাই ৰাজ্যৰ ৰাজনীতিত ব্যাপক চচ্চা লাভ কৰাৰ সময়তে অসমৰ বাঙালী যুৱ ছাত্র ফেডাৰেশ্যনৰ সকিয়নী।বিজেপি এজিপিয়ে নিজৰ স্থিতিস্পষ্ট নকৰিলে বাঙালী যুৱছাত্ৰ ফেডাৰেশ্যন,তথা বাঙালী সমাজে বৰ্জন কৰিব ভোটদান।

VIDEO

বুধবাৰে ফেডাৰেশ্যনৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতি যোগেদি সংগঠনটোৱে নিজৰ স্হিতি স্পষ্ট কৰি কলে। "কেব"কলৈ দুয়ো দলৰ অহি নকুল সম্বন্ধ থকা দলকেইটাৰ এনে শঠা মিত্ৰতাক সহজভাৱে লোৱা নাই। এই লৈ ফেডাৰেশ্যনৰ ৰাজ্যিক সম্পাদক অজয় ভূষণ সৰকাৰে সকীয়াই দি আগন্তুক লোকসভাৰ নিৰ্বাচন বৰ্জন কৰাৰ বিষয়ে সদৰী কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.