ETV Bharat / state

মৰিগাঁৱত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মকড্ৰিল

author img

By

Published : Jun 29, 2019, 9:12 AM IST

প্ৰাকৃতিক দুৰ্যোগ কালত কেনেকৈ ইয়াৰ মুখা-মুখি হ'ব পাৰি সেই বিষয়ে মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমণ বিশেষজ্ঞ মৃগাংক নাথে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে ।

মৰিগাঁৱত দুৰ্যোগ ব্যৱস্থাপনাৰ উপৰত মকড্ৰিল

মৰিগাঁও , ২৯ জুন: শুকুৰবাৰে মৰিগাঁওস্থিত মনহা বালক বিদ্যালয়ৰ প্ৰাংগণত এক বিশেষ দুৰ্যোগ সজাগতা শিবিৰ অনুষ্ঠিত হয়। জিলাখনৰ ৩৩খন বিদ্যালয়ৰ প্ৰায় ১৯০০ ছাত্ৰ ছাত্ৰীয়ে এই দুৰ্যোগ সজাগতা শিবিৰত অংশগ্ৰহণ কৰে। প্ৰাকৃতিক দুৰ্যোগ কালত কেনেকৈ ইয়াৰ মুখা-মুখি হ'ব পাৰি সেই বিষয়ে মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমণ বিশেষজ্ঞ মৃগাংক নাথে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে ।

মৰিগাঁৱত দুৰ্যোগ ব্যৱস্থাপনাৰ উপৰত মকড্ৰিল

বিশেষকৈ হঠাৎ জুই লাগিলে তিতা বস্তা,গছৰ পাত,বালিৰে কেনেকৈ জুই নুমুৱাব পাৰি,ভূমিকম্প হ'লে কি কি কৰিব লাগে,পানীত ডুবিলে,পানীত ডুবি সংজ্ঞাহীনহলে,দুৰ্ঘটনাত পতিত হ'লে বা সৰ্পদংশন কৰা মানুহক কেনেকৈ চিকিৎসালয়লৈ নিব লাগে আৰু প্ৰাথমিক পদক্ষেপ হিচাপে কি কি কৰা উচিত সেই বিষয়ত উপস্থিত ছাত্ৰ ছাত্ৰী সকলক আভাস দিয়া হয়। আনহাতে মৰিগাঁও জিলা নাৰী উন্নয়ন সমিতিৰ প্ৰকল্প সমন্বয়ক শশীদানন্দ বৰদলৈয়ে বানপানী প্ৰৱণ এলেকাৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক সকলৰ মাজত যাতে হঠাৎ এনে দুৰ্যোগ সন্মুখীন হ'লে সময়োচিত পদক্ষেপ ল'ব পাৰে সেই বিষয়ে চমু বক্তব্য আগবঢ়ায় । উল্লেখ্য যে কিছুদিনৰ পূৰ্বে এগৰাকী ছাত্ৰীয়ে আন এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ তিনিগৰাকীকৈ ছাত্ৰী পানীত বুৰ গৈছিল। এনেবোৰ ঘটনাৰ পৰা ৰক্ষা পৰিব পৰাকৈ এই সজাগতা শিবিৰৰ আয়োজন কৰা হয় বুলি নাৰী উন্নয়ন সমিতিৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে ।

Intro:হৰ্ঠাৎ জুই লাগিলে,ভূমিকম্প আহিলে,পানীত বুৰগলে ,দূৰ্ঘটনাত পতিতহলে বা সৰ্পদংশন হলে আপুনি কি কি কৰিব আজি দিম ইয়াৰ উপায় ।কিন্তু কেনেকৈ চাওক এই বিষয়ত এক বিশেষ প্ৰতিবেদন।

Body:প্ৰাকৃতিক দূয্যোগৰ সময়ত আপুনি ভয় খায় নেকি।যদি ভয় খায় এতিয়াৰ পৰা আৰু আপোনাৰ ভয় শংকা কাৰণ নাই । হয় ,শুক্ৰবাৰে এই উদ্দেশ্যেৰে মৰিগাঁও মনহা বালক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এক বিশেষ দূয্যোগ সজাগতা শিবিৰ।জিলাখনৰ ৩৩খন বিদ্যালয়ৰ প্ৰায় ১৯০০ ছাত্ৰ ছাত্ৰীৰ মাজত দূয্যোগৰ কালত কেনেকৈ ছাত্র-ছাত্ৰী সকলে মোকাবিলা কৰিব পাৰে সেই বিষয়ত মৰিগাঁও নাৰী উন্নয়ন সমিতিয়ে আয়োজন কৰে একবিশেষ প্ৰশিক্ষণ । মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনী দূয্যোগপ্ৰশমণ বিশেষজ্ঞ মৃগাংক নাথ আৰু সংস্হাটোৰ স্বেচ্ছাসেৱী সকলে। বিশেষকৈ হৰ্ঠাৎ জুই লাগিলে ভিজা বস্তা,গছৰ পাত,বালিৰে কেনেকৈ জুই নুমুৱাব পৰি,ভূমিকম্প হলে কি কি কৰিব, পানীত ডুবিলে,পানীত ডুবি সংজ্ঞা হীনহলে,দূৰ্ঘটনাত পতিত হলে,বা সৰ্পদংশন কৰা মানুহক কেনেকৈ চিকিৎসা লয়লৈ নিব লাগে সেই বিষয়ত প্ৰাথমিক পদক্ষেপ কি কি কৰা উচিত সেই বিষয়ে উপস্থিত ছাত্ৰ ছাত্ৰী সকলৰ সহযোগত দিয়া হয় ইয়াৰ আভাস।
আনহাতে মৰিগাঁও জিলা নাৰী উন্নয়ন সমিতিৰ প্ৰকল্প সমন্বয়ক শশীদানন্দ বৰদলৈয়ে বানপানী প্ৰৱন এলেকাটোৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,শিক্ষক সকলৰ মাজত যাতে হৰ্ঠাতে এনে দূয্যোগৰ সন্মুখীন হলে কিছুহলেও সাহসিকতাৰে সময়োচিত পদক্ষেপ লৱপাৰে সেই বিষয়ে চমু বক্তব্য আগবঢ়াই। মনকৰিবলগীয়া যে যোৱা কিছুদিনৰ পূৰ্বে এগৰাকী ছাত্ৰীয়ে আনগৰাকীক উদ্ধাৰ কৰিবলৈ গৈ তিনিগৰাকী কৈ ছাত্ৰীয়ে পানীত বুৰযোৱাৰ দৰে ঘটনাৰ পৰা ৰক্ষা পৰিব পৰাকৈ এই সজাগতা শিবিৰৰ আয়োজন কৰা বুলি মন্তব্য কৰে।byte:1.
sectary Women development society's
2.fireservice person.
হয়,ঠিকেই প্ৰত্যক্ষ কৰিলে আপুনি। কেনেকৈ বস্ত,বালি বা গছপাতৰে জুই নুমুৱাব পাৰি,কেনেকৈ ভূমিকম্পৰ সময়ত আত্মৰক্ষাৰ কৰিব পাৰি ।গতিকে প্ৰাকৃতিক দূয্যোগৰ সময়ত আৰু ভয়ৰ কোনো কাৰণ নাই।গতিকে এতিয়াৰ পৰা আপুনি সজাগ হৈ ,নিজে আত্মৰক্ষাৰ কৰক আৰু আনকো সহায় কৰক।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.