ETV Bharat / state

মৰিগাঁৱত ছাত্ৰীৰ আত্মহনন - লাহৰীঘাট

বুধবাৰে চিপ লৈ আত্মহত্যা কৰে মৰিগাঁৱৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত উদকাটি গাঁৱত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে

মৰিগাঁৱত এগৰাকী ছাত্ৰীৰ আত্মহনন
author img

By

Published : Apr 24, 2019, 2:32 PM IST

লাহৰীঘাট,২৪ এপ্ৰিলঃ বুধবাৰে মৰিগাঁৱৰ লাহৰীঘাটত চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত উদকাটি গাঁৱত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰী গৰাকীয়ে নিজ গৃহত পুৱতি নিশা ৰছিৰে চিপ লৈ আত্মহত্যা কৰে ।

মৰিগাঁৱত এগৰাকী ছাত্ৰীৰ আত্মহনন

পুৱা মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছতে হুৱাদুৱা লাগে পৰিয়ালৰ লোকৰ মাজত । পাছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ ।

Intro:লাহৰীঘাটত আত্মহত্যাBody:
লাহৰীঘাটত চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ । লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত উদকাটি গাৱত সংঘটিত হৈছে এই ঘটনা । এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰবিনা খাতুন (17) নামৰ ছাত্ৰী গৰাকীয়ে নিজ গৃহত পুৱতি নিশা ৰছিৰে চিপ লৈ আত্মহত্যা কৰে । পুৱা মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে । ঘপনাস্হলিত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ।
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.