ETV Bharat / state

ইটালীৰ পৰা চাইকেল চলাই মৰিগাঁও পালেহি এহাল দম্পতিয়ে - মৰিগাঁও

মৰিগাঁৱত চাইকেলিষ্ট ইটালীয়ান দম্পতি মাৰ্কো আৰু মাৰ্লী ৷ প্ৰখৰ ৰ'দ আৰু উত্তাপকো নেওচি চাইকেল চলাই ইটালীৰ পৰা অসমত উপস্থিত হয় দম্পতি৷

ইটালীৰ পৰা চাইকেল চলাই মৰিগাঁও পালেহি এহাল দম্পতিয়ে
author img

By

Published : Aug 14, 2019, 9:37 AM IST

মৰিগাঁও,14আগষ্ট : সাত সাগৰ তেৰ নদী সিপাৰৰ পৰা অসমত আহি উপস্থিত হ'ল ইউৰোপ মহাদেশৰ ইটালীৰ দম্পতি মাৰ্কো আৰু মাৰ্লী ৷ চাইকেল চলাই সুদূৰ ইটালীৰ পৰা আহি মৰিগাঁৱত উপস্থিত হয় দুয়োগৰাকী ৷ ইটালীৰ '421 Adventure' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে এনেদৰে চাইকেল চলাই ঠাই পৰিভ্ৰমণ কৰি একতা আৰু মৈত্ৰীৰে বিশ্ববাসীক একত্ৰিত কৰাৰ লগতে দৰিদ্ৰসকলক সহায় আগবঢ়াই আহিছে দম্পতিয়ে ৷ প্ৰায় এবছৰ ধৰি চাইকেলেৰে পৰিভ্ৰমণ কৰি অসমৰ মৰিগাঁৱত পদাৰ্পন কৰে মাৰ্কো আৰু মাৰ্লীয়ে ৷ দুয়ো মৰিগাঁও আৰক্ষী থানাত উপস্থিত হৈ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত কয়, মৰিগাঁৱৰ পাছত তেওঁলোক ডিমাপুৰ ,মণিপুৰ আৰু ম্যানমাৰ হৈ আগবাঢ়িব চিংগাপুৰলৈ ৷

Intro: সাত সাগৰ তেৰ নদী সিপাৰৰ ইউৰোপৰ মহাদেশৰ পৰা আহি মৰিগাঁৱত উপস্থিত হল দুই চাইকেলিষ্ট ইটালীয়ান দম্পতি মাৰ্কো আৰু মাৰ্লী। প্ৰতিদিনেই প্ৰখৰ ৰদ আৰু উত্তাপৰ বাবে ব্যাহত যাত্ৰা। তথাপি ৰাওনা ডিমাপুৰ, মণিপুৰ, ইম্ফল ,ম্যানমাৰ হৈ চিংগাপুৰ লৈ।

Body: আপুনি বাৰু চাইকেলৰে কিমান পথ অহা যোৱা কৰে ?অথবা কিমান দিন আপুনি চাইকেলৰে আৰম্ভ কৰিছে যাত্ৰা। খুউব বেছি দৈনিক আঠ দহ কিলোমিটাৰ। একেদৰে একেৰাহে আপুনি এসপ্তাহ নাইবা দুসপ্তাহ চাইকেল চলাইছে। পিছে আপোনাক-মোক আচৰিত কৰি সাত সাগৰ তেৰ নদী সিপাৰৰ ইউৰোপ মহাদেশৰ ইটালীৰ পৰা অসমৰ মাটিত ভৰি থলেহি এক ইটালীয়ান দম্পতী। চাইকেলত দুটামান লামলাখুটি। এখন পতাকা । চাইকেলৰে ইউৰোপৰ-এচিয়া মহাদেশৰ বিভিন্ন দেশৰ কোনে কোনে ঘূৰি মৈত্ৰীৰ বাণী বিলাই ফুৰাই এই চাইকেলিষ্ট ইটালীয়ান দম্পতীৰ নাম ক্ৰমে মাৰ্কো আৰু মাৰ্লী।byte;:1, foreigners marco
ইটিভি ভাৰত অসমক জানিব দিয়া মতে ইটালীৰ 421 adventure নামৰ স্বেচ্ছাসেৱী সংস্থা সদস্য দম্পতীৰ এই দুঃসাহসিক চাইকেল পৰ্যটনৰ আঁৰত আছে একতা আৰু মৈত্ৰীৰে বিশ্ববাসীক একত্ৰিত কৰা। লগতে কলে নিঃস্ৰজনক সহায় আগবঢ়োৱাৰ বিষয়ে। ইতিমধ্যেই একবছৰত কৈ অধিক কাল চাইকেলৰে পৰিভ্ৰমণ কৰি অসমৰ মৰিগাঁৱত পদাৰ্পন মাৰ্কো আৰু মাৰ্লীৰ। মৰিগাঁও আৰক্ষী থানাত উপস্থিত হৈ ইটিভি ৰে মতবিনিময়ত কলে মৰিগাঁৱৰ পাছত তেওঁ লোক ডিমাপুৰ ,মণিপুৰ আৰু ম্যানমাৰ হৈ আগবাঢ়িব চিংগাপুৰলৈ।byte:2,Marco tourist.
ইটালীয়ান এইদুই পৰ্যটকে ইতিমধ্যে ভাৰতত বৰষুণ আৰু উৎকট গৰমৰ বাবে চাইকেল চলোৱাত ব্যাঘাত কৰিছে যদিও এই দুঃসাহসিক পৰ্যটক দম্পতীৰ ভাতৰ ৰদ বৰষুণে কাবো কৰিব পৰা নাই। সেয়ে বুধবাৰে পুৱাৰ পৰা ৰদ বৰষুণক নেওচি এনেদৰে ই আগবাঢ়িছ চাইকেলিষ্ট দম্পতী।byte:Marco.3
হয়, আপুনি মই যি কথা কল্পনাৰ অগোচৰ সেই কথাক কাৰ্যত পৰিণত ইটালীয়ান দুই পৰ্যটকৰ।চাইকেলৰে ইউৰোপৰ এচিয়াৰ মাজত মৈত্ৰী,ভাতৃত্ব গঢ়িতোলাৰ বাবে চাইকেলৰে ভ্ৰমণ কৰা মাৰ্কো আৰু মাৰ্লী লৈ ইটিভি ভাৰতৰ ফালৰ পৰা জনাইছো শুভকামনা।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.