ETV Bharat / state

ৰঙীন হৈ পৰিল মৰিগাঁও - মৰিগাঁও

হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিছে মৰিগাঁৱৰ আকাশ-বতাহ । শ্ৰীকৃষ্ণৰ দৌলোৎসৱ উপলক্ষে নাম-কীৰ্তন পৰিবেশন কৰে ৰাইজে ৷

আবিৰৰ ৰঙেৰে ৰাঙলী মৰিগাঁৱৰ বাট-পথ
author img

By

Published : Mar 22, 2019, 2:26 PM IST

মৰিগাঁও,22 মাৰ্চ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো শ্ৰীকৃষ্ণৰ দৌলোৎসৱৰ পৰম্পৰা পালনেৰে উদযাপন ৰঙৰ উৎসৱ ফাকুৱা ।

আবিৰৰ ৰঙেৰে ৰাঙলী মৰিগাঁৱৰ বাট-পথ

হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিছে মৰিগাঁৱৰ আকাশ-বতাহ । শ্ৰী কৃষ্ণৰ দৌলোৎসৱ উপলক্ষে ৰং খেলাৰ লগতে নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰে মৰিগাঁৱৰ চৌদিশ ৷

ফাকুৱা উদযাপন কৰিৰাজ্যবাসীৰ মাজত সুখ-শান্তি আৰু সম্প্ৰীতিৰ কামনা কৰে মৰিগাঁৱৰ বিভিন্ন দল-সংগঠনে ।

Intro:ৰাজ্যৰ বিভিন্ন সত্ৰ,কীৰ্ত্তন ঘৰ,নামঘৰৰ লগতে মৰিগাঁৱত বিভিন্ন দলসংগঠনৰ নেতৃত্বই আবিৰ লৈ ৰাজ্য বাসীৰ মাজত সুখ শান্তি, সম্প্ৰীতিৰ কামনা কৰিলে।

Body:ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মৰিগাঁৱতো শ্ৰী শ্ৰী কৃষ্ণৰ দৌলোৎসৱৰ পৰম্পৰা পালনেৰে ৰঙৰ উৎসৱ উদযাপন।
প্ৰথমতে দেখুৱাইছো মৰিগাঁও চহৰৰ মাজমজিয়াত ভকত বৈষ্ণৱ সকলৈ গোসাই সাতুলা লৈ শুভাযাত্ৰ। হৰিনামৰ ধ্বনিত মুখৰিত মৰিগাঁও আকাশ বতাহ।শ্ৰী শ্ৰী কৃষ্ণৰ দৌলোৎসৱৰ পৰম্পৰাগত নাম কীৰ্তন পৰিবেশন কৰি মতলীয়া হৈছে মৰিগঁঞা ভকত ভকতনী। byte:Devotee
আনহাতে এইবাৰ প্ৰত্যক্ষ কৰক চহৰখনৰ বিভিন্ন দলসংগঠন তথা আছু, সাহিত্য সভা,ক্ৰীড়া সন্থা,ব্যৱসায়ী সন্থাৰ লগতে সাংবাদিক সকলে চহৰৰখনৰ পুৰণি ব্যৱসায়ী প্ৰতিষ্ঠান বহাগী হোটেলৰ সন্মুখত সমবেত হৈ জ্যেষ্ঠ-কনিষ্ঠ আটায়ে আবিৰ সানি নিবেদন কৰিলে দৌলোৎসৱ শুভেচ্ছা।byte:1.
Assu ,Zila president
2.byte:Jayanta deka, Zila stadium.joint secret
3.byte: pinaki vushon.zila sahitya xova
3.

Conclusion:ratul deka,etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.