ETV Bharat / state

মৰিগাঁৱত ভুৱা চিকিৎসকৰ অতপালি - ভুৱা চিকিৎসক

মৰিগাঁও জিলা লাহৰীঘাটত চিকিৎসাৰ সমান্তৰালকৈ চলাইছে এই নাৰ্চিংহোম ৷ চিকিৎসকৰ হাতত নাই চিকিৎসালয় খোলাৰ কোনো অনুমতি, দেখুৱাব নোৱাৰে চিকিৎসকৰ অনুজ্ঞা পত্ৰও ৷

মুন্নাভাই চিকিৎসকৰ অতপালি
author img

By

Published : Jul 6, 2019, 5:26 PM IST

মৰিগাঁও, 6 জুলাই : মৰিগাঁৱত চলিছে ভুৱা চিকিৎসকৰ অতপালি ৷ মৰিগাঁও জিলাৰ লাহৰীঘাটত এগৰাকী ভুৱা চিকিৎসকে চিকিৎসাৰ সমান্তৰালকৈ চলাইছে এখন নাৰ্চিংহোম ৷ চিকিৎসকজনৰ হাতত নাই চিকিৎসালয় খোলাৰ কোনো অনুমতি, আনকি দেখুৱাব নোৱাৰে চিকিৎসকৰ অনুজ্ঞা পত্ৰও ৷ দিলদাৰ হুচেইন নামৰ এইগৰাকী ভুৱা চিকিৎসকে এনেদৰেই ব্যক্তিগত নাৰ্চিহোমত চলাইছে চিকিৎসা ৷ জিলা স্বাস্থ্য বিভাগে অলপতে নাৰ্চিংহোমখন বন্ধ কৰি দিয়ে যদিও পুনৰ বিভাগটোৰ অজ্ঞাতে নীৰৱে নাৰ্চিংহোমখন চলাই আহিছে ভুৱা চিকিৎসকজনে । কিন্তু, বৃহস্পতিবাৰে পুনৰ জিলা স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ তলা ওলোমাই চিকিৎসালয়খনত ৷

Intro:মৰিগাঁৱত মুন্নাভাই এমবি বি এছ। কাৰ আশীৰ্বাদত চলাই আছে অবৈধ নাৰ্চিংহোম।এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।Body:মৰিগাঁৱত ওলাইছে mbbs।কেৱল এম বিবিএছেই নহয় সমানেই চলাইছে অবৈধ নাৰ্চিংহোম। প্ৰতিবেদনত প্ৰত্যক্ষ কৰা এইজনেই এমবিবিএছ ।নাম দিলদাৰ হোছেইন ।এইজন দিলদাৰ হোছেইন বিগত কেইবছৰমানৰ পৰা মৰিগাঁও জিলা লাহৰীঘাটত এইটো অট্ৰালিকাতে এনেদৰেই অব্যাহত ৰাখিছে তথাকথিত চিকিৎসা। লাহৰীঘাটত পাগলা ডাক্টৰ নামে খ্যাত এইটো অস্বাস্হ্যকৰ ঘৰতেই আধুনিক চিকিৎসাৰ নামত চলাইগৈছে চিকিৎসা। সেয়ে সচেতন মহলৰ অভিযোগ ।তদন্ত হব লাগে এই দিলদাৰ হোছেইনৰ এই চিকিৎসাৰ বিৰুদ্ধে । সেয়েহে জিলা স্বাস্থ্য বিভাগে অলপতে বন্ধ কৰি দিয়ে । পিছে বন্ধ কৰি দিয়াৰ পিছতে পুনৰ আৰম্ভ চিকিৎসা।চাওঁক এই দৃশ্যলৈ। এই সন্দৰ্ভত কি কয় জিলাযুটীয়া স্বাস্থ্য সঞ্চালকে শুনক চোন তেঁৱৰ মুখেৰে।byte:jnt director health.
হয় ঠিকেই শুনিছে আপুনি ।স্বয়ং যুটীয়া স্বাস্থ্য সঞ্চালকে কৈফিয়ত বিচাৰি বন্ধ কৰি দিয়া পাছত কেনেদৰে আকৌ চিকিৎসা চলাই আছে ই এক লাখটকীয়া প্ৰশ্ন ।Conclusion:Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.