ETV Bharat / state

মৰিগাঁৱত ক'ভিড এন্টিজেন্স টেষ্ট

মৰিগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়া ক'ভিড এন্টিজেন্স টেষ্ট । মঙলবাৰে 277 গৰাকীক ক'ভিড এন্টিজেন্স পৰীক্ষা । তিনিগৰাকী ছাত্ৰ ছাত্ৰী আৰু এগৰাকী অভিভাৱক সহিতে চাৰিজনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ অৱস্থিতি ৷

মৰিগাঁৱত ক'ভিড এন্টিজেন্স এন্টিজেন্স টেষ্ট

author img

By

Published : Oct 13, 2020, 5:59 PM IST

Updated : Oct 13, 2020, 8:09 PM IST

মৰিগাঁও,13 অক্টোবৰঃ মৰিগাঁৱৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মৰিগাঁও বিহুতলীত তিনিদিনীয়া কৈ অনুষ্ঠিত হোৱা ক'ভিড এন্টিজেন্সৰ দ্বিতীয় দিনাত ১ ছাত্ৰী ২ গৰাকী ছাত্ৰৰ দেহত ক'ভিড পজিটিভৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে এগৰাকী অভিভাৱকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ ।

277 গৰাকীক ক'ভিড এন্টিজেন্স পৰীক্ষা
277 গৰাকীক ক'ভিড এন্টিজেন্স পৰীক্ষা

মনকৰিবলগীয়া যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ক'ভিড-19 এন্টিজেন্স টেষ্টত মঙলবাৰে মুঠ 277 গৰাকী লোকক টেষ্ট কৰাৰ বিপৰীতে চাৰি গৰাকী লোকৰ দেহত ধৰা পৰে ক'ভিড-19ৰ অৱস্থিতি।

তিনিদিনীয়া ক'ভিড এন্টিজেন্স টেষ্ট
তিনিদিনীয়া ক'ভিড এন্টিজেন্স টেষ্ট

মৰিগাঁও জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন অভিযানৰ জিলা ডাটা মেনেজাৰ নৱ কুমাৰ মেধি আৰু মেডিয়া এক্সপাৰ্ট বাহাৰুল ইছলামে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে চৰকাৰী স্বীকৃতি প্ৰাপ্ত ক'ভিড চিকিৎসালয়লৈ নিয়াৰ বাবে ছাত্ৰ তিনিগৰাকীক অভিভাৱকৰে যোগাযোগ অব্যাহত ৰাখিছে । জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচী বুধবাৰে সামৰণি পৰিব। সেয়েহে সকলোকে আহি এই টেষ্ট কৰাৰ বাবে আহ্বান জনাই স্বাস্থ্য কৰ্মীয়ে।

লগতে চাওকঃ প্ৰশ্নকাকত ফাদিল চৰকাৰৰ মূল আঁচনি: ৰকিবুল হুছেইন

Last Updated : Oct 13, 2020, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.