ETV Bharat / state

মৰিগাঁৱত ৰেহাই মূল্যত বিক্ৰী জাতীয় পতাকা

author img

By

Published : Jan 25, 2021, 5:40 PM IST

মৰিগাঁৱত 5 টকাৰ পৰা 100 টকাৰ মূল্যলৈকে উপলব্ধ হৈছে জাতীয় পতাকা ৷ মৰিগাঁৱৰ পদ পথৰ এজন বিক্ৰেতাই ছাত্ৰ-ছাত্ৰীয়ে যাতে গণৰাজ্য দিৱসৰ তাৎপৰ্য বুজি পাই সেই লক্ষ্য আগৰ ৰাখি বিক্ৰী কৰিছে পতাকা ৷

মৰিগাঁৱত ৰেহাই মূল্যত বিক্ৰী হৈছে জাতীয় পতাকা

মৰিগাঁও, 25 জানুৱাৰী : মঙলবাৰে সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব 72 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যত গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত উঠিছে ৷ গণৰাজ্য দিৱসৰ অপৰিহাৰ্য অংগ হৈছে জাতীয় পতাকা ৷ বজাৰত উপলব্ধ হৈছে থলুৱা শিপিনীয়ে নিৰ্মাণ কৰা খাদীৰ পতাকা ৷

আনহাতে, গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত পতাকাৰ বিপনীত মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে ৷ মৰিগাঁৱৰ পদ পথত অস্থায়ী পতাকা বিপনী গঢ়ি উঠা পৰিলক্ষিত হৈছে ৷

বিভিন্ন জনে নিজ যান-বাহনত লগাবলৈয়ো ক্ৰয় কৰিছে দেশৰ জাতীয় পতাকা খন ৷ মৰিগাঁৱত 5 টকাৰ পৰা 100 টকাৰ মূল্যলৈকে উপলব্ধ হৈছে জাতীয় পতাকা ৷ বিশেষকৈ মৰিগাঁৱৰ পদ-পথৰ ব্যৱসায়িক সকলে ছাত্ৰ ছাত্ৰীৰ বাবে পাঁচ টকাত জাতীয় পতাকা বিক্ৰী কৰিছে ৷

উল্লেখ্য যে, বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে যাতে গণৰাজ্য দিৱসৰ তাৎপৰ্য বুজি পাই, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেহাই মূল্যত মৰিগাঁৱৰ পদ পথৰ এজন বিক্ৰেতাই বিক্ৰী কৰিছে পতাকা ৷

লগতে পঢ়ক : কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ বাসগৃহত উপস্থিত ছিদ্দিক আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.