ETV Bharat / state

জাগীৰোডত ডাম্পাৰ চুৰি

ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা অম্বা পেট্ৰল পাম্পত ৰখাই থোৱা অৱস্থাৰ পৰাই চুৰি হয় ডাম্পাৰখন ৷

author img

By

Published : Jun 15, 2019, 4:36 PM IST

জাগীৰোডত ডাম্পাৰ চুৰি

জাগীৰোড,15 জুনঃ জাগীৰোডৰ পৰা ডাম্পাৰ চুৰি । শনিবাৰে পুৱা প্ৰায় চাৰি বজাত জাগীৰোডৰ এটা পেট্ৰ’ল পাম্পৰ পৰা চুৰি হয় ডাম্পাৰ গাড়ীখন । AS 25 DC 6311 নম্বৰৰ টাটা 1615 ডাম্পাৰখন 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা অম্বা পেট্ৰ’ল পাম্পত ৰখাই থোৱা অৱস্থাৰ পৰা চুৰি হয় । এই পৰ্যন্ত চুৰি ডাম্পাৰ খনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে । লগতে এই চুৰি কাণ্ডত জড়িত দুষ্ট চক্ৰৰো সন্ধান পোৱা নাই আৰক্ষীয়ে । এই সন্দৰ্ভত পেট্ৰল পাম্পটোত সংলগ্ন হৈ থকা চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰা হৈছে । উল্লেখযোগ্য যে, শেহতীয়াকৈ জাগীৰোডত এনে কেতবোৰ অপৰাধজনিত ঘটনা সঘনাই সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

Intro:জাগীৰোডত ডাম্পাৰ চুৰি
ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা অম্বা পেট্ৰল পাম্পত ৰখাই থোৱা অৱস্থাৰ পৰা চুৰি হয়Body:

Anchor...জাগীৰোডৰ পৰা ডাম্পাৰ চুৰি । শনিবাৰে পুৱা প্ৰায় চাৰি বজাত জাগীৰোডৰ এটা পেট্ৰল পাম্পৰ পৰা চুৰি হয় ডাম্পাৰ গাড়ীখন । AS 25 DC 6311 নম্বৰৰ টাটা 1615 ডাম্পাৰখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা অম্বা পেট্ৰল পাম্পত ৰখাই থোৱা অৱস্থাৰ পৰা চুৰি হয় । এই পৰ্যন্ত চুৰি ডাম্পাৰ খনৰ কোনো শুংসুত্ৰ লাভ কৰা নাই আৰক্ষীয়ে । লগতে এই চুৰি কাণ্ডত জড়িত দুষ্ট চক্ৰৰো সন্ধান পোৱা নাই আৰক্ষীয়ে । এই সন্দৰ্ভত পেট্ৰল পাম্পটোত সংলগ্ন হৈ থকা চিচিটিভিৰ ফূটেজো পৰীক্ষা কৰা হৈছে । উল্লেখযোগ্য যে শেহতীয়াকৈ জাগীৰোডত এনে কেতবোৰ অপৰাধজনিত ঘটনা সঘনাই সংঘটিত হোৱাৰ অভিযোগ উঠিছে । এই ঘটনাক লৈ কি কয় পেট্ৰল পাম্পৰ মেনেজাৰে …

Byte.... পেট্ৰল পাম্পৰ মেনেজাৰ ।

Conclusion: এই পৰ্যন্ত চুৰি ডাম্পাৰ খনৰ কোনো শুংসুত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.