ETV Bharat / state

জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী - অভিযানত দুই কন্টেইনা

জাগীৰোড আৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান। অভিযানত দুই কন্টেইনাৰ ড্ৰাগছ সহ চাফিকুল ইছলাম আৰু আমিৰ হামজত আটক।

জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Feb 1, 2021, 7:49 AM IST

মৰিগাঁও,1ফেব্ৰুৱাৰীঃ দেওবাৰে মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পমখেদি অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । অভিযানৰ সময়ত আৰক্ষীয়ে দুই কন্টেইনাৰ ড্ৰাগছ সহ চাফিকুল ইছলাম আৰু আমিৰ হামজত নাম দুই সৰবৰাহকাৰীক আটক কৰে ।

জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখযোগ্য যে,জাগীৰোডৰ ড্ৰাগছৰ অন্যতম ঘাটি শিলভাঙাৰ পৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই দুই ড্ৰাগছ সৰবৰাহকাৰীক । ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে এই দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.