ETV Bharat / state

ধৰমতুলত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Apr 12, 2021, 7:15 PM IST

সোমবাৰে মৰিগাঁৱৰ ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ আৰক্ষীয়ে মৃতদেহটো ধৰমতুল আৰক্ষীৰ থানাৰ অন্তৰ্গত দমাল বেতনি গাঁৱৰ উৎপল ডেকা বুলি চিনাক্ত কৰিছে ৷

ধৰমতুলত উদ্ধাৰ যুৱকৰ মৃতদেহ
ধৰমতুলত উদ্ধাৰ যুৱকৰ মৃতদেহ

মৰিগাঁও,12 এপ্ৰিল: সোমবাৰে মৰিগাঁৱৰ ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ আৰক্ষীয়ে মৃতদেহটো ধৰমতুল আৰক্ষীৰ থানাৰ অন্তৰ্গত দমাল বেতনি গাঁৱৰ উৎপল ডেকা বুলি চিনাক্ত কৰিছে ৷

উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ তাৰ পাচত খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ প্ৰকৃতত এই ঘটনাটো দুৰ্ঘটনা নে হত্যাকাণ্ড সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক: তেজপুৰত বুঢ়ালুইতৰ বুকুত সন্ধানহীন মাছমৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.