মৰিগাঁও, 21 চেপ্তেম্বৰঃ মৰিগাঁৱত ভদীয়া বানে প্ৰাণকাঢ়িলে 11 বছৰীয়া কিশোৰৰ । ঘৰৰ পৰা ওলাই যাওঁতে সলিল সমাধি কিশোৰজনৰ । অকাল মৃত্যুক সাবতি লোৱা কিশোৰজন লাহৰীঘাট অমৰাগুৰিৰ মহিবুৰ ৰহমান পুত্ৰ নাচিৰ আহমেদ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে মৰিগাঁৱৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত অমৰাগুৰি গাঁৱৰ নাচিৰ আহমেদ ঘৰৰ পৰা বাটৰবড়ী গাঁৱলৈ ওলাই যোৱা সময়তে পানীত পৰি নিখোজ হয় । কিশোৰজন নিখোজ হোৱাৰ দুঘন্টা মান পিছত স্থানীয় ৰাইজে কিশোৰটি মৃত অৱস্থাত মৃতদেহ উদ্ধাৰ হয় । ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ উদ্ধাৰ হোৱা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
ভদীয়া বানে প্ৰাণ কাঢ়িলে কিশোৰৰ - লাহৰীঘাট
ঘৰৰ পৰা ওলাই যাওঁতে সলিল সমাধি কিশোৰজনৰ । অকাল মৃত্যুক সাবতি লোৱা কিশোৰজন লাহৰীঘাট অমৰাগুৰিৰ মহিবুৰ ৰহমান পুত্ৰ নাচিৰ আহমেদ ৷
মৰিগাঁও, 21 চেপ্তেম্বৰঃ মৰিগাঁৱত ভদীয়া বানে প্ৰাণকাঢ়িলে 11 বছৰীয়া কিশোৰৰ । ঘৰৰ পৰা ওলাই যাওঁতে সলিল সমাধি কিশোৰজনৰ । অকাল মৃত্যুক সাবতি লোৱা কিশোৰজন লাহৰীঘাট অমৰাগুৰিৰ মহিবুৰ ৰহমান পুত্ৰ নাচিৰ আহমেদ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে মৰিগাঁৱৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত অমৰাগুৰি গাঁৱৰ নাচিৰ আহমেদ ঘৰৰ পৰা বাটৰবড়ী গাঁৱলৈ ওলাই যোৱা সময়তে পানীত পৰি নিখোজ হয় । কিশোৰজন নিখোজ হোৱাৰ দুঘন্টা মান পিছত স্থানীয় ৰাইজে কিশোৰটি মৃত অৱস্থাত মৃতদেহ উদ্ধাৰ হয় । ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ উদ্ধাৰ হোৱা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
ঘটনাৰ বিৱৰণী মতে শনিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত অমৰাগুৰি গাৱঁৰ এটি ১১বছৰীয়া শিশু আজি পানীত পৰি মৃত্যু হয়।জানিব পৰা,মতে অমৰাগুৰি গাৱঁৰ মহিবুৰ ৰহমানৰ পুত্ৰ নাচিৰ আহামেদ (১১) আজি ৰাতিপুৱা নিজ ঘৰৰ পৰা বাটৰবড়ী গাৱঁলৈ ওলাই যাওতে সলিল সমাধি ঘটে ।
উল্লেখযোগ্য যে লাহৰীঘাটৰ বিভিন্ন অঞ্চল ভদীয়া বানে জলমগ্ন কৰিছে যদিও কাণসাৰ নাই মৰিগাঁও জিলা প্ৰশাসনৰ। মনকৰিবলগীয়া যে কিশোৰজন নিখোজ হোৱাৰ দুঘন্টা মান পিছত স্হানীয়
ৰাইজে কিশোৰটিক মৃত অৱস্হাত উদ্ধাৰ কৰে। পাছত লাহৰীঘাট থানাৰ অাৰক্ষীয়ে মৃত দেহটো মৰানোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।byte:Conclusion:Ratuldeka etv Bharat morigaon