- সোমবাৰে মৰিগাঁৱত উদ্ধাৰ দুই শিশু
- মৰিগাঁও চহৰৰ তেল ডিপোৰ সমীপত পথৰ কাষত উদ্ধাৰ দুই শিশু
- কান্দি থকাৰ অৱস্থাত তচলিমা বেগম নামৰ এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে শিশু দুটাক
- সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৰখা হৈছে দুই শিশুক
- প্ৰায় 6 আৰু 7 বছৰীয়া শিশু দুটা কাৰ্বি সম্প্ৰদায় বুলি সন্দেহ কৰা হৈছে
- শিশু দুটাৰ পৰা জানিব পৰা মতে দুয়োৰে ঘৰ নগাঁও জিলাৰ ভকচঙত
- সম্বন্ধত দুয়ো ভাই-ভনী
মৰিগাঁৱত উদ্ধাৰ দুই শিশু - মৰিগাঁও
সোমবাৰে মৰিগাঁও চহৰৰ তেল ডিপোৰ সমীপত পথৰ কাষত তচলিমা বেগম নামৰ এগৰাকী মহিলাই উদ্ধাৰ কৰে শিশু দুটাক ৷
মৰিগাঁৱত উদ্ধাৰ দুই শিশু
- সোমবাৰে মৰিগাঁৱত উদ্ধাৰ দুই শিশু
- মৰিগাঁও চহৰৰ তেল ডিপোৰ সমীপত পথৰ কাষত উদ্ধাৰ দুই শিশু
- কান্দি থকাৰ অৱস্থাত তচলিমা বেগম নামৰ এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে শিশু দুটাক
- সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৰখা হৈছে দুই শিশুক
- প্ৰায় 6 আৰু 7 বছৰীয়া শিশু দুটা কাৰ্বি সম্প্ৰদায় বুলি সন্দেহ কৰা হৈছে
- শিশু দুটাৰ পৰা জানিব পৰা মতে দুয়োৰে ঘৰ নগাঁও জিলাৰ ভকচঙত
- সম্বন্ধত দুয়ো ভাই-ভনী
Intro:মৰিগাঁৱত দুই শিশু উদ্ধাৰ ।সোমাবাৰে পথৰ কাষত কান্দি থকাৰ অবস্থাত উদ্ধাৰ কৰে এগৰাকী স্হানীয় মহিলাই। সম্প্ৰতি আৰক্ষী আতিথ্য ৰখোৱা হৈছে দুয়োটি শিশুক।Body:মৰিগাঁও চহৰৰ মাজত দুটি শিশু উদ্ধাৰ কৰে । ঘটনাৰ বিৱৰণী মতে সোমাবাৰে মৰিগাঁও চহৰৰ তেল ডিপোৰ ওচৰত পথৰ কাষত কান্দি থকা অৱস্থাত উদ্ধাৰ কৰে তচলিমা বেগম নামৰ স্হানীয় মহিলা গৰাকীয়ে।শিশু দুটাক উদ্ধাৰ কৰি মহিলা গৰাকীয়ে হাত মুখ ধোৱাই চাহ বিস্কুত খাবলৈ দি দুয়োৰে পৰিচয় জানিবলৈ বিচৰাত ভাষা বুজি নোপোৱাৰ বাবে প্ৰকৃত পৰিচয় উদ্ধাৰ কৰিব নোৱাৰাত আৰক্ষীক খবৰ দিয়ে। জানিব পৰা দুয়োটা শিশু সম্বন্ধত ভাই-ভনী। আনহাতে শাৰীৰিক তথা মুখাবয়বলৈ চাই কাৰ্বি সাম্প্ৰদায় বুলি ঠাৱৰ কৰা হৈছে ।শিশু দুটিৰ বয়স আনুমানিক 6, 7 হব।শিশু দুয়োটা ঘৰ নগাঁও জিলাৰ ভকচঙত বুলি কয়। যোৱা কালি নিজ মাতৃৰ লগত অহা বুলি জানিব দিছে। বৰ্তমান শিশু দুটাক মৰিগাঁও আৰক্ষী লগত ।আৰক্ষীযে বৰ্তমান তেওঁলোকৰ পৰিচয় জানিবলৈ সোধ পোছ অব্যাহত ৰাখিছে।
Byte:local womenConclusion:Ratuldeka etv Bharat morigaon.
Byte:local womenConclusion:Ratuldeka etv Bharat morigaon.