ETV Bharat / state

মৰিগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰীক ঘেৰাও ৰাইজৰ - power cut

24×7 নীতি অনুসৰি বিজুলী যোগান ধৰাৰ বিপৰীতে বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ ভূৰাগাঁৱৰ বিদ্যুৎ মাচুল সংগ্ৰহৰ অস্থায়ী কাৰ্যালয় উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে । মঙলবাৰে মাত্ৰাধিক বিল আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিষয়ে স্থানীয় ৰাইজৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয় মাচুল সংগ্ৰহকাৰী কৰ্মচাৰীকেইজন ।

মৰিগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰীক ঘেৰাও ৰাইজৰ
author img

By

Published : Jun 26, 2019, 6:46 AM IST

মৰিগাঁও,26 জুন: মৰিগাঁৱৰ ভূৰাগাঁৱত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ আহি গ্ৰাহকৰ ৰোষত শক্তি বিভাগৰ মাচুল সংগ্ৰহকাৰী কৰ্মচাৰী । আৰক্ষীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ ।

মৰিগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰীক ঘেৰাও ৰাইজৰ

24×7 নীতি অনুসৰি বিজুলী যোগান ধৰাৰ বিপৰীতে বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ ভূৰাগাঁৱৰ বিদ্যুৎ মাচুল সংগ্ৰহৰ অস্থায়ী কাৰ্যালয় উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে । মঙলবাৰে মাত্ৰাধিক বিল আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিষয়ে স্থানীয় ৰাইজৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয় মাচুল সংগ্ৰহকাৰী কৰ্মচাৰীকেইজন । আনকি মাচুল সংগ্ৰহৰ সময়তো উক্ত অঞ্চলত বিদ্যুৎ নথকাত মহৰি, অভিযন্তা আহিব লাগিব বুলি কৰ্মচাৰী কেইজনক আবদ্ধ কৰি ৰাখে ৰাইজে । ইফালে পৰিস্থিতি বেয়াৰ ফালে গতি কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও লাহৰীঘাটৰ পৰা অভিযন্তা গৈ উত্তেজিত গ্ৰাহকক লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাচতহে ভূৰাগাঁৱৰ বিদ্যুৎ মাচুল অস্থায়ী কাৰ্যালয়ৰ পৰা যাবলৈ দিয়ে কৰ্মচাৰীকেইজনক ।

slug-as-mrg-25thjune-a.p.d.c.l-806-vis-image-byte-as10005

Anchorintro:মৰিগাঁৱৰ ভূৰাগাঁৱৰ বিদ্যুত মাছুল সংগ্ৰহ কৰিবলৈ আহি গ্ৰাহকৰ ৰোষত শক্তিবিভাগৰ মাছুল সংগ্ৰহ কাৰী কৰ্মচাৰী।আৰক্ষী  দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ ।

VO: 24×7 নীতি অনুসৰি বিজুলী ধৰাৰ বিপৰীতে বিদ্যুতৰ সঘন লূকা ভাকুত অতিষ্ঠ হৈ পৰিস্থিতি উত্তপ্ত কৰে ভূৰাগাঁৱৰ বিদ্যুত মাছুল সংগ্ৰহৰ অস্হায়ী কাৰ্যালয় ।ঘটনাৰ বিৱৰণী মতে মঙলবাৰে মৰিগাঁৱৰ জিলা বিদ্যুত বিভাগৰ ভূৰাগাঁৱত  সংগ্ৰহ কৰিবলৈ যায় কেইজনমান কৰ্মচাৰী। মাত্ৰাধিক  বিল আৰু  অনিয়মীয়া বিদ্যুতৰ  যোগানৰ     বিষয়ে তৰ্ক বিতৰ্কত লিপ্ত হয় জনতা। আনকি মাছুল সংগ্ৰহৰ সময়তো উক্ত অঞ্চলত বিদ্যুত নথকাত মহৰি, অভিযন্তা আহিব লাগিব বুলি আবদ্ধ কৰি ৰাখে কৰ্মচাৰীৰ কেইজনক।ইফালে পৰিস্থিতি বেয়াৰ ফালে গতি কৰাত  ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ  নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।মনকৰিবলগীয়া কথা যে লাহৰীঘাটৰ পৰা অভিযন্তা গৈ উত্তেজিত গ্ৰাহকক লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে ভূৰাগাঁৱৰ বিদ্যুত মাছুল অস্হায়ী কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হয় ।
Byte:publics(2)

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.