ETV Bharat / state

মৰিগাঁৱত বেংক লুট : দূৰ্বৃত্তই লুটিলে প্ৰায় ৪০ লাখ টকা

author img

By

Published : Feb 3, 2020, 8:20 PM IST

মৰিগাঁৱত দূৰ্বৃত্তই বেংকৰ পৰা লুটি নিলে প্ৰায় 40 লাখ টকা ৷ ইয়াৰ বাবে বেংক কৰ্তৃপক্ষক জগৰীয়া কৰিছে মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে ৷

মৰিগাঁৱত বেংক লুট
ইউনাইটেড বেংক অফ ইণ্ডিয়াত লুট

মৰিগাঁও, ৩ ফেব্ৰুৱাৰী : মৰিগাঁৱৰ ঝাৰগাঁৱত ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ লকাৰ কাটি দূৰ্বৃত্তই লুটিলে প্ৰায় ৪০ লাখ টকা ৷ সমগ্ৰ ঘটনাৰ বাবে বেংক কৰ্তৃপক্ষৰ গাঁফিলতিৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ উল্লেখ্য যে, ইউ বি আইৰ শাখাটোত দীৰ্ঘদিন ধৰি বিকল হৈ আছিল এলাৰ্ম আৰু চিচি টিভি কেমেৰা ৷

মৰিগাঁৱত বেংক লুট

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৯:৩০ বজাত শাখাটোৰ পৰিচালকগৰাকীয়ে বেংকৰ খিৰিকীৰ ৰড বেকা হৈ থকা বুলি অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও আৰক্ষী অধীক্ষক ৷ ইয়াৰ পাচতে আৰক্ষীয়ে ঘটনাস্থলীত স্নিফাৰ ডগেৰে প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ কোনো ধৰণৰ নৈশ চকীদাৰ নথকা শাখাটোত ইমান পৰিমাণে টকা ৰখাটো উচিত নহয় বুলি মন্তব্য কৰাৰ লগতে এলাৰ্ম আৰু চিচি টিভি কেমেৰা বিকল হোৱাত শাখাটোৰ পৰিচালক আৰু বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ কথা দোহাৰে আৰক্ষীয়ে ৷

আৰু পঢ়ক : চাকৰি সৃষ্টি কৰাত মোডী চৰকাৰ 'বেয়াকৈ' বিফল হৈছে : ৰাহুল গান্ধী

Intro:মৰিগাঁৱৰ ঝাৰগাঁৱত বেংক লুট।গেছ কাটাৰে লকাৰ কাটি নিলে ৩৫- ৪০ লাখ টকা। বেংক কতৃপৰ্ক্ষৰ গাফিলতিৰ অভিযোগ স্বয়ং আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ। ইউ বি আই শাখাটোত দীৰ্ঘ দিন বিকল হৈ আছিল এলাম ।Body:ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ ঝাৰগাঁও শাখাত নিশা চোৰৰ লুটপাত
। প্ৰায় ৩৫- ৪০ ( পয়তিছ-চল্লিশ) লাখ লুট কৰিলে চোৰে
।ঘটনাৰ বিৱৰণী সোমবাৰে ৰাতিপুৱা প্ৰায় ৯:৩০ বজাত শাখাটোৰ পৰিচালক গৰাকীয়ে বেংকৰ খিৰিকীৰ ৰড বেকা হৈ থকা বুলি অবগত কৰাত ঘটনাস্হলীত মৰিগাঁও আৰক্ষী অধীক্ষক উপস্থিত হয় ।
। স্নিফাৰ ডগ লৈ প্ৰাথমিক তদন্ত আৰম্ভ
। একেদৰেই উপস্থিত হৈছে সংশ্লিষ্ট বেংকটোৰ বেংকৰ শীৰ্ষ বিষয়া
।বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ আৰক্ষীৰ।বিশেষকৈ কোনো ধৰণৰ নৈশ চকীদাৰ নথকা শাখাটোৰ ইমান পৰিমাণে টকা ৰখোৱাটো উচিত নহয় বুলি মন্তব্য কৰাৰ লগতে আৰক্ষী অধীক্ষকয়ে শাখাটোৰ এলাম আৰু চিচি টিভিৰ বহুকেইটা কেমেৰা বিকল হোৱাত শাখাটোৰ পৰিচালক আৰু বেংক কতৃপৰ্ক্ষৰ গাফিলতি থকা বুলি দোহাৰে। মন কৰিব লগীয়া যে আৰক্ষীয়ে শাখাটোৰ গেছ ৰাখিবলৈ মানা কৰাৰ পাছতো গেছ ৰাখিছিল । উল্লেখযোগ্য যে শাখাটো যোৱা বৃহস্পতিবাৰৰ পৰা বন্ধ আছিল । সেয়ে কোন দিনা দুবিত্তই গেছ কাটাৰে লকাৰ কাটি নিলে সেয়া সঠিককৈ জানিব পৰা নাই। আনহাতে বেংকৰ টিভিটিভিৰ এক্সপাট আৰু ফিংগাৰ প্ৰিণ্টাৰ এক্সপাট আহিলে অধিক তথ্য পোহৰলৈ আহিব আৰু আশা কৰা হৈছে আৰক্ষী সফল হব। bytes-2.sp.morigaonConclusion:Ratuldeka etv Bharat morigaon

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.