ETV Bharat / state

বিকল্প নাই জন্ম নিয়ন্ত্ৰণৰ! - আলোচনা সভা

মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মৰিগাঁও পবিতৰা হাটত বিশ্ব জনসংখ্যা দিৱসৰ সম্পৰ্কে আলোচনা সভা অনুষ্ঠিত হয় । এই আলোচনা সভাত কেইবাগৰাকী চিকিৎসক তথা সমাজ বিজ্ঞানী উপস্থিত থাকে ।

জন্ম নিয়ন্ত্ৰণৰ বিকল্প নাই ! ডাঃ ইলিয়াছ আলী
author img

By

Published : Jul 12, 2019, 1:13 AM IST

মৰিগাঁও, 12 জুলাইঃ মৰিগাঁৱত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে বিশ্ব জনসংখ্যা দিৱস সম্পৰ্কে আলোচনা সভা অনুষ্ঠিত কৰা হয় । সভাত জন্ম নিয়ন্ত্ৰণৰ বিকল্প নাই বুলি কলে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে ।

জন্ম নিয়ন্ত্ৰণৰ বিকল্প নাই ! ডাঃ ইলিয়াছ আলী

মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মৰিগাঁও পবিতৰা হাটত বিশ্বজনসংখ্যা দিৱসৰ সম্পৰ্কে আলোচনা সভা অনুষ্ঠিত হয় । এই আলোচনা সভাত কেইবাগৰাকী চিকিৎসক তথা সমাজ বিজ্ঞানী উপস্থিত থাকে । এই সভাখনত আতধৰে জিলা যুটীয়া সঞ্চালক বাহাৰুল চৌধুৰীয়ে । আদৰণি ভাষণ আগবঢ়ায় জিলা স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিনী বৰকটকীয়ে । মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঃ তহদুৰ ৰহমান, অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ মবিদুৰ ৰহমান, প্ৰাক্তন জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চ কুমাৰ শৰ্মাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে । আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে তাৰোপৰি ভাষণ প্ৰসংগত মানৱ সমাজৰ ভৱিষ্যত জনসংখ্যাৰোধৰ বিষয়ে কোৰান আৰু ভাগৱত শ্লোকৰ উদ্ধৃতিৰে ভাষণ প্ৰদান কৰে ।

লগতে আন এটা বাতৰি- নক্সালবাদ প্ৰতিৰোধৰ নতুন ষ্ট্ৰেটেজীঃ চুটি ছবি নিৰ্মাণ

Intro:মৰিগাঁৱত জিলা স্বাস্হ্য সমিতিৰ উদ্যোগত বিশ্ব জনসংখ্যা দিৱস আৰু ইয়াৰ গুৰুত্বৰ ওপৰত মনোজ্ঞ আলোচনা চক্ৰ। জন্ম নিয়ন্ত্ৰণৰ বিকল্প নাই বুলি কলে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে।

Body:মৰিগাঁও জিলা স্বাস্হ্য সমিতিৰ উদ্যোগত মৰিগাঁও পবিতৰা হাটত বিশ্বজনসংখ্যা দিৱসৰ মনোজ্ঞ আলোচনা কেইবাগৰাকী চিকিৎসক তথা সমাজ বিজ্ঞানীৰ।। মৰিগাঁও পবিতৰা হাটত দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত এই সভা আতধৰে জিলা যুটীয়া সঞ্চালক বিভাগৰ সজৰক্ষী বিষয়া বাহাৰুল চৌধুৰীয়ে। আদৰণি ভাষণ আগবঢ়ায় জিলা স্বাস্হ্য সঞ্চালক ডা ৰোহিনী বৰকটকীয়ে। মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঃ তহদুৰ ৰহমান, মৰিগাঁও অসামৰিক চিকিৎসা লয়ৰ অধীক্ষক ডাঃ মবিদুৰ ৰহমান, প্ৰাক্তন জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চ কুমাৰ শৰ্মাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য ৰখোৱা আলোচনা চক্ৰত মুখ্য অতিথি ৰূপে বিষয় বস্ত্তৰ ওপৰত বিশদ বাখ্যা আগবঢ়াই পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে। মুখ্য অতিথি গৰাকীয়ে ভাষণ প্ৰসংগত মানৱ সমাজৰ ভৱিষ্যত জনসংখ্যাৰোধৰ বিষয়ে কোৰান আৰু ভাগৱত শ্লোকৰ উদ্ধৃতিৰ দাঙি ধৰি এক বহল আলোচনা দাঙি ধৰে।byte:speech

Conclusion:ratul dekaetvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.