ETV Bharat / state

"ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব"-হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে জাগীৰোডৰ ঝাৰগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা আৰু নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে

author img

By

Published : Apr 10, 2019, 5:15 PM IST

"ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব"- হিমন্ত বিশ্ব শৰ্মা

মৰিগাঁও, 10 এপ্ৰিলঃ জাগীৰোডৰ ঝাৰগাঁৱত অনুষ্ঠিত হয় বিজেপিৰ সংকল্প সমাৰোহ ৷ বুধবাৰৰ এই সমাৰোহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা আৰু নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷ সমালোচনাতে শান্ত নাথাকি "ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব" বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

"ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব"- হিমন্ত বিশ্ব শৰ্মা

ইয়াৰোপৰি আৰু পাঁচ বছৰ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ প্ৰতীক হাতৰ সলনি লুঙি-ধুতি হ’লহেতেন বুলিও কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে ৷ কংগ্ৰেছ চৰকাৰে লুঙি-ধুতিৰ ৰাজনীতি কৰে আৰু বিজেপিয়ে সোণৰ ৰাজনীতি কৰে বুলি ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷ সভাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ কাষৰ পৰা চাবলৈ হেলিপেডৰ কাষত সমবেত হয় অজস্ৰ লোক ৷ সমবেত পুৰুষ-মহিলা, শিশু-বৃদ্ধ সকলোকে সম্ভাষণ জনাই ৰাওনা হয় মন্ত্ৰী গৰাকী ৷

Intro:Himanta Election CampingBody:জাগীৰোডৰ ঝাৰগাঁৱত বুধবাৰে অনুষ্ঠিত হয় বিজেপিৰ সংকল্প সমাৰোহ ৷ সমাৰোহত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা আৰু নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মা ৷ সমাৰোহত কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী হিমন্তই ৷ সমাৰোহত উপস্থিত থাকি ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াব বুলি মন্তব্য কৰে ৷ লগতে আৰু পাঁচ বছৰ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ প্ৰতীক হাতৰ সলনি লুঙি-ধুতি হ’লহেতেন বুলিও কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে ৷ কংগ্ৰেছ চৰকাৰে লুঙি-ধুতিৰ ৰাজনীতি কৰে আৰু বিজেপিয়ে সোণৰ ৰাজনীতি কৰে বুলি ভাষন প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷ ৰকিবুলৰ কথাত উঠা বহা কৰা প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বীৰভূমী নগাঁৱৰ ৰাইজে ভোট নিদিয়ে বুলি মন্তব্য কৰি অসমত aiudf দলে এখন আসন পোৱাৰ বিপৰিতে কংগ্ৰেছে এখনো আসন নাপায় বুলি মন্তব্য মন্ত্ৰী হিমন্তৰ ৷ সভাৰ অন্তত মন্ত্ৰী হিমন্তক এবাৰ ওচৰৰ পৰা চাবলৈ হলিপেডৰ কাষত সমবেত হয় অজস্ৰ লোক ৷ সমবেত পুৰুষ-মহিলা, শিশু-বৃদ্ধ সকলোকে সম্ভাষন জনাই ৰাওনা হয় মন্ত্ৰী গৰাকী ৷Conclusion:Byt
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.