ETV Bharat / state

বানত সৰ্বস্বান্ত মৰিগাঁৱৰ কৃষক ! - মৰিগাঁৱৰ বৰোধানৰ কৃষকৰ মাজত হাহাকাৰ

মৰিগাঁৱৰ বিভিন্ন ঠাইত এতিয়া পানীৰ তলত পথাৰৰ সোণগুটি । কৃষকসকলে একঁকাল পানীত নামি দাইছে বৰোধান । ভীষণ লোকচানৰ সন্মুখীন হৈছে বৰোধানৰ কৃষক ।

মৰিগাঁৱত কৃষকসকলৰ দুৰাৱস্থা
মৰিগাঁৱত কৃষকসকলৰ দুৰাৱস্থা
author img

By

Published : May 27, 2020, 12:57 PM IST

মৰিগাঁও, 27 মে’: বিগত কেইবাদিন ধৰি ৰাজ্যত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত মৰিগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত বিভিন্ন কৃষিক্ষেত্ৰত ভীষণ লোকচানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । পথাৰৰ সোণগুটিৰ পথাৰতে গঁজালি ওলোৱাৰ উপক্ৰম হৈছে ৷ নেৰা-নেপেৰা বৰষুণৰ কোনো এটা কৃষক পৰিয়ালেই চোতাললৈ আদৰিব পৰা নাই ভঁৰালৰ লখিমী ।

মৰিগাঁৱত কৃষকসকলৰ দুৰাৱস্থা

মৰিগাঁৱৰ বৰোধানৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি ৷ ইফালে দীঘলীয়া লকডাউনৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হোৱা কৃষকৰ ওপৰতে পুনৰ জলবিপদে দেখা দিছে । আনহাতে, প্ৰধানমন্ত্ৰী কৃষক নিধি আঁচনিৰ আঁওতালৈ বৰ্তমান পৰ্যন্ত অহা নাই কৃষকসকল ৷

লগতে পঢ়ক: এজাক বৰষুণতে পুখুৰীলৈ ৰূপান্তৰিত বিশ্বনাথৰ পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.