ETV Bharat / state

মৰিগাঁৱত তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত - পুখুৰীত পৰিল তীব্ৰবেগী

মৰিগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পুখুৰীত পৰিল তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰ । দন্দোৱা আৰু সাপমাৰী সংযোগী পথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা । কথমপি প্ৰাণ ৰক্ষা পৰে চালক-হেণ্ডিমেনৰ ।

মৰিগাঁৱত তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Oct 30, 2020, 12:51 PM IST

মৰিগাঁও, ৩০ অক্টোবৰ: মৰিগাঁৱত শুকুৰবাৰে পুৱা সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পুখুৰীত পৰিল তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰ ।

মৰিগাঁৱত তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত
মৰিগাঁৱত তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত

মৰিগাঁৱৰ পৰা সাপমাৰী অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ডাম্পাৰখন ।

দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে ডাম্পাৰখনৰ চালক-হেণ্ডিমেনৰ । দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনত নাছিল কোনো নম্বৰপ্লেট ৷

লগতে পঢ়ক:ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাস আৰু নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.