ETV Bharat / state

ৰাজ্যত আৰু এটা নতুন ৰাজনৈতিক দল !

বিশেষ সূত্ৰ পৰা লাভ কৰা খবৰ অনুসৰি দলটোৰ নাম United Peoples Front হোৱাৰ সম্ভাৱণা ৷

A new political party will be form at Assam very soon
ৰাজ্যত আৰু এটা নতুন ৰাজনৈতিক দল !
author img

By

Published : Oct 2, 2020, 11:16 AM IST

মৰিগাঁও, 2 অক্টোবৰ : ৰাজ্যত যেন এতিয়া ৰাজনৈতিক দল খোলাৰ এক অঘোষিত প্ৰতিযোগিতাহে চলিছে ৷ এইবাৰ জনজাতি সমূহৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ উদ্দেশ্যে জনজাতি সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত নতুন দল গঠনৰ উক মুকনি ৷

A new political party will be form at Assam very soon
ৰাজ্যত আৰু এটা নতুন ৰাজনৈতিক দল !

সেই উপলক্ষে আগন্তুক 15 অক্টোবৰত গুৱাহাটীৰ ITA চেন্টাৰত হ'ব এখন অভিৱৰ্তন আৰু তাতেই জন্ম লাভ কৰিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দলে ৷ জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক আদিত্য খাকলাৰীয়ে প্ৰকাশ কৰা অনুসৰি দলটোৰ নাম United Peoples Front হোৱাৰ সম্ভাৱণা আছে ৷

ৰাজ্যত আৰু এটা নতুন ৰাজনৈতিক দল !

উল্লখ্য যে, যিহেতু অসমৰ 65 টা সমষ্টিত জনজাতীয় ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে; সেয়েহে আগন্তুক নিৰ্বাচনত 65 টা সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়াব দলটোৱে ৷ লগতে জনজাতি সমূহৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া আঞ্চলিক বা ৰাষ্ট্ৰীয় দলৰ সৈতে বুজাপৰা হ'ব পাৰে দলটোৰ ৷

লগতে পঢ়কঃ গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.