ETV Bharat / state

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ মনোনয়ন দাখিলৰ আজি অন্তিম দিন

author img

By

Published : Nov 28, 2020, 10:36 AM IST

আগন্তুক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল ছয় প্ৰাৰ্থীৰ । শনিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ।

TAC election
TAC election

মৰিগাঁও, 28 ডিচেম্বৰ : অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শনিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন। শুকুৰবাৰে আন আন প্ৰাৰ্থী সকলৰ লেখীয়াকৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ধমেন্দ্ৰ নাথ বৰদলৈয়ে কংগ্ৰেছৰ দলৰ নিৰ্বাচনী বিষয়াক দাখিল কৰে হৈ মনোনয়ন । মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে প্ৰাক্তন শিক্ষা মন্ত্ৰী গৌতম বৰা,মৰিগাঁও জিলা কংগ্ৰেছৰ সম্পাদক সন্ত ডেকা ।

TAC election
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন

1 ডিচেম্বৰত মনোনয়ন পত্ৰসমূহ পুনৰীক্ষণ কৰি প্ৰকাশ কৰা হ’ব প্ৰাৰ্থী তালিকা ৷ 3 ডিচেম্বৰৰ ভিতৰত মনোনয়ন পত্ৰ উঠাই ল’ব পাৰিব প্ৰাৰ্থীয়ে ৷ 3 ডিচেম্বৰৰ বিয়লি ঘোষণা কৰা হ’ব চূড়ান্ত প্ৰাৰ্থী তালিকা ৷ ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই কথা ৷

লগতে পঢ়ক : স্বায়ত্ত ৰাজ্যৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.