ETV Bharat / state

এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবনে মাজুলীয়ে ?

author img

By

Published : Jun 1, 2021, 7:40 PM IST

নিৰ্বাচনীৰ বৈতৰণী পাৰ হ’বৰ বাবেই বাৰে বাৰে ৰাজনৈতিক নেতাই হওক বা চৰকাৰেই হওক সহজ সৰল মাজুলীৱাসীক আবেগিক কৰি মাজুলীক (Majuli) বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি প্ৰদানৰ আশ্বাস দি আহিছে ৷ কিন্তু আজিকোপতি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ (world heritage site) হিচাপে স্বীকৃতি লাভ কৰাৰ পৰা যেনে বঞ্চিত হৈ আহিছে মাজুলী ।

মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবনে এইবাৰ !

মাজুলী, 1 জুন: মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে বহু পানী বৈ গৈ আছে ৷ একেদৰে ৰাজ্যত ইখনৰ পাচত সিখন চৰকাৰ আহিছে আৰু গৈছে । কিন্তু বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলীয়ে (Majuli) বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ পৰা প্ৰতি বাৰেই যেন বঞ্চিত হৈ ৰৈছে ।

নিৰ্বাচনীৰ বৈতৰণী পাৰ হ’বৰ বাবেই বাৰে বাৰে ৰাজনৈতিক নেতাই হওক বা চৰকাৰেই হওক সহজ সৰল মাজুলীৱাসীক আবেগিক কৰি মাজুলীক (Majuli) বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি প্ৰদানৰ আশ্বাস দি আহিছে ৷ কিন্তু আজিকোপতি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ (world heritage site) হিচাপে স্বীকৃতি লাভ কৰাৰ পৰা যেনে বঞ্চিত হৈ আহিছে মাজুলী (Majuli) ।

উল্লেখযোগ্য যে, অহা ২০ জুনত UNESCO ক জমা দিব লাগিব ডচিয়াৰ কেন্দীয় চৰকাৰ আৰু ৰাজ্যৰ চৰকাৰে । সেইহে এইবাৰ মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ (world heritage site) হিচাপে স্বীকৃতি প্ৰদান কৰিবৰ বাবে সঠিক ৰূপত ডচিয়াৰ প্ৰস্তুত কৰি UNESCO ক দিয়াৰ আহ্বান জনাইছে মাজুলীৰ সত্ৰাধিকাৰ সমন্বিতে মাজুলীৰ ডেৰ লক্ষ জনতাই । সম্প্ৰতি মাজুলীৱাসীয়ে এইবাৰ আশা প্ৰকাশ কৰিছে যে, UNESCO ই বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিব মাজুলীক ৷

লগতে পঢ়কঃ নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.