ETV Bharat / state

মাজুলীত গড়কাপ্তানি পথ নিৰ্মানত অনিয়মঃ অভিযন্তাক ধমক জিলা উপায়ুক্তৰ - গড়কাপ্তানি বিভাগ

মাজুলীৰ পেৰাভাৰি বালিচাপৰিত পথ নিৰ্মাণত সংঘটিত হৈছিল প্ৰায় 40 লক্ষাধিক টকাৰ কেলেংকাৰী ৷ ইটিভি ভাৰতে 1 জুলাইত সবিস্তাৰে প্ৰকাশ কৰিছিল এই বাতৰি ৷ বাতৰিৰ পৰাই কামৰ নুমনা দেখি সেইস্থানত উপস্থিত হোৱাৰ লগতে কাম পৰিদৰ্শন কৰিলে জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই ৷

জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ
author img

By

Published : Jul 2, 2019, 7:29 PM IST

মাজুলী, 2 জুলাইঃ পথ নিৰ্মাণৰ নামত লক্ষাধিক টকা আত্মসাৎ কৰা ঠিকাদাৰৰ বিৰুদ্ধে জিলা উপায়ুক্তই তৰিব গোচৰ ৷ মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই ঘোষণা কৰিছে এই কথা ৷ মঙলবাৰে মাজুলীৰ পেৰাভাৰি বালিচাপৰিত নিৰ্মীয়মান পথৰ কাম পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে ৷ মাজুলীত উপস্থিত হোৱা জিলা উপায়ুক্তগৰাকীয়ে কামৰ নমুনা দেখি ধমক দিয়ে গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰানা শৰ্মা তথা ছেক্ছন অফিছাৰ সীমান্ত দত্তক ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মাজুলীত গড়কাপ্তানি পথ পৰিদৰ্শন জিলা উপায়ুক্তৰ

উল্লেখ্য যে, ২০১৮ বৰ্ষৰ জুন মাহত জুৱেল বৰা নামৰ মাজুলীৰ বাহিৰৰ এগৰাকী ঠিকাদাৰে কেইবাটাও পথ মেৰামতিৰ বাবে প্ৰায় ১•২০ কোটি টকাৰ এক নিবিদা লাভ কৰিছিল । ইয়াৰ ভিতৰত আছিল প্ৰায় ৪০ লক্ষ্য টকাৰ বনগাঁও বালিচাপৰী পথৰ পেৰাভাৰি বালিচাপৰি অংশটো । কিন্তু স্থানীয় এগৰাকী বিজেপি নেতাৰ ভাতৃ উৎপল নাথক উক্ত কাম কৰিবলৈ দিয়ে জুৱেল বৰাই ৷ জুৱেল বৰাৰ সৈতে লগ-লাগি বিজেপি নেতাৰ ভাতৃ উৎপল নাথে এতিয়া এইদৰেই অব্যাহত ৰাখিছে লুন্ঠনৰাজ ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মাজুলীত গড়কাপ্তানি পথ পৰিদৰ্শন জিলা উপায়ুক্তৰ

উল্লেখ্য যে, এই সম্পৰ্কে সোমবাৰে অৰ্থাৎ 1 জুলাই তাৰিখে ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ পাইছিল এক প্ৰতিবেদন ৷ উক্ত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিচতেই আজি উক্ত কাম পৰিভ্ৰমণ কৰি বিভাগীয় অভিযন্তা তথা ঠিকাদাৰৰ বিৰুদ্ধে প্ৰয়োজনত গোচৰ তৰিব বুলিও ধমক দিয়ে জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই ৷

অধিক পঢ়কঃ কামৰ নমুনাঃ নিৰ্মাণৰ দুদিন পাচতে চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ

মাজুলী গড়কাপ্তানি পথ মেৰামতিত ব্যাপক দুৰ্নীতিঃ
নিৰ্মিয়মান অৱস্থাতে চটাচটে এৰাইছে পথঃ 
বিভগীয় বিষয়া ঠিকাদাৰ মিলি প্ৰায় ৪০ লক্ষ্য টকা লুণ্ঠনৰ ফন্দি। ইটিভি ভাৰত অসমত বাতৰি প্ৰকাশ হোৱাৰ পাছতে স্ব জমিন তদন্ত্ৰৰ বাবে উপস্থিত হলগৈ মাজুলী জিলা উপাযুক্ত।             কামৰ নমুনা দেখি হতবাগ উপায়ুক্ত ই দুৰ্নীতিগ্ৰস্থ বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে এফ আই আৰ দিৱ।
   VO... মাজুলী গড়কাপ্তানি বিভাগত সংঘটিত হৈছে ইটুৰ পাছত সিটুকৈ ভয়াবহ অনীয়ম।  পেৰাভাৰি বালিচাপৰী পথ মেৰামতিত সংঘটিত হৈছিল ব্যাপক অনিয়ম। প্ৰায় ৪০ লক্ষ্য টকাৰে নিৰ্মীয়মান পথটো চটাচটে এৰাইছে বিটুমিনৰ প্ৰলেপ। এখন গাড়ী গলেই চকাত লাগি এৰাই যাই  শেনচোৱা বালিচাপৰি গাঁৱৰ জাইজে পথটোৰ কিছু অংশ এৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি ১ জুলাইত ইটিভি ভাৰত অসমত প্ৰকাশ  হোৱাৰ পাছতে আজি উপস্থিত হ'লগৈ মাজুলী জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ। কামৰ নমুনা দেখি হতবাগ উপায়ুক্ত । উপায়ুক্ত গৰাকীৰ সন্মুখতে চটাচটে এৰাইছে পথ । ভয়াবহ দুৰ্নীতি স্বচক্ষুৰে দেখা পাই খঙত টিঙিৰি টোলা হল উপায়ুক্ত । ধমক দিলে কাৰ্যবাহী অভিযন্ত্ৰা ৰানা শৰ্মা আৰু চেকছন অফিচাৰ সীমান্ত দত্তক। প্ৰয়োজনত এফ আই আৰ দিয়াৰ কথা কলে উপায়ুক্ত ই।।     
               
  বাইট---উপায়ুক্ত ।

উল্লেখ যে ঠিকাদাৰে শেনচোৱা বালিচাপৰী অংশত পথটোৰ ভগা স্থানত কোনো মেটেল আৰু টেল নমৰাকৈ মাটিৰ ওপৰতে বিটুমিনৰ পলেপ ঢ়ালি লুণ্ঠনৰ ফন্দি তৈয়াৰ কৰা সচা চবি উপায়ুক্ত ক প্ৰত্যক্ষ কৰাই স্থানীয় গাও বাসীয়ে। ২০১৮ বৰ্ষৰ জুন মাহত জুৱেল বৰা নামৰ মাজুলীৰ বাহিৰৰ এগৰাকী ঠিকাদাৰে কেইবাটাও পথ মেৰামতিৰ বাবে প্ৰায় ১•২০ কোটি টকাৰ এক নিবিদা লাভ কৰিছিল।তৰে প্ৰায় ৪০ লক্ষ্য টকাৰে বনগাঁও বালিচাপৰী পথৰ পেৰাভাৰি বালিচাপৰি অংশটোও আছিল। ঠিকাদাৰ জুৱেল বৰাই উক্ত কামটো বিক্ৰী কৰিছে মাজুলী বিজেপি ৰ এগৰাকী নেতাৰ ভাতৃ উৎপল নাথক। কিন্তু উৎপল নাথে বিভাগীয় বিষয়া অভিযন্ত্ৰাৰ চকুৰ সন্মুখতে এই লুণ্ঠন অব্যাহত ৰাখিছে যদিও  গড়কাপ্তানি বিভাগে চকু মূদা কুলিৰ ভৱত অৱতিৰ্ণ হৈছে । উপায়ুক্ত ৰ ধমকৰ পাছতো মাজুলী গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা ৰানা শৰ্মা ই দুৰ্নীতি নাই হোৱা বুলিহে মন্ত্ৰব্য দিছে।  

 বাইট- ৰানা শৰ্মা।।        

 উক্ত স্থানত উপস্থিত হৈ উপায়ুক্ত ই দুৰ্নীতি হৈছে বুলি উল্লেখ কৰাৰ পাছতো দুৰ্নীতি নাই হোৱা বুলি ধূৱা তুলসীৰ পাত সজাইছে।। স্থানীয় ৰাইজে শেনচোৱা বালিচাপৰী পথৰ দুৰ্নীতি সচা চবি প্ৰকাশ কৰা বাবে ইটিভি ভাৰত অসমক ধন্যবাদ জ্ঞাপন কৰিছে।

বাইট --- স্থানীয় যুৱক ।

মাজুলীৰ পৰা যদুমণি শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.