ETV Bharat / state

ফেনীৰ প্ৰভাৱ: 4 মে'ত বন্ধ থাকিব মাজুলীৰ ফেৰীসেৱা

৪ মে' মাজুলী-নিমাতীঘাট ফেৰী সেৱাসহ মাজুলীৰ পৰা বহিঃসংযোগী কেউটা পাৰঘাটে সামৰা জলপথত ফেৰীসেৱা বন্ধ ৰাখিবলৈ আভ্যন্তৰীণ জল-পৰিবহন বিভাগক নিৰ্দেশ জাৰি কৰিছে । বতৰৰ বতৰা আৰু পৰিস্থিতি পৰ্যালোচনা কৰি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে

author img

By

Published : May 3, 2019, 11:56 PM IST

ফেনীৰ প্ৰভাৱ

মাজুলী, 3 মে': সামুদ্ৰিক ঘূৰ্ণী বতাহ 'ফেনীক লৈ দেখা দিয়া জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা ৷ ৪ মে' মাজুলী-নিমাতীঘাট ফেৰী সেৱাসহ মাজুলীৰ পৰা বহিঃসংযোগী কেউটা পাৰঘাটে সামৰা জলপথত ফেৰীসেৱা বন্ধ ৰাখিবলৈ আভ্যন্তৰীণ জল-পৰিবহন বিভাগক নিৰ্দেশ জাৰি কৰিছে । বতৰৰ বতৰা আৰু পৰিস্থিতি পৰ্যালোচনা কৰি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ সেৱা তত্বাৱধানৰ দায়িত্বত থকা মাজুলীৰ অতিৰিক্ত উপায়ুক্ত শ্ৰীনৰেণ দাসে শুকুৰবাৰে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰে । ইফালে, ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগেও ইতিমধ্যে চাইক্ল'ন ফেনীৰ আশংকাৰ প্ৰতি নজৰ ৰাখি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ফেৰীসেৱা বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

etv bharat assam

মাজুলী ব্রেকিং :::::::

সামুদ্ৰিক ঘূৰ্ণী বতাহ 'ফনি'ক লৈ দেখা দিয়া জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে কাইলৈ (৪ মে', ২০১৯, শণিবাৰ) মাজুলী-নিমাতীঘাট ফেৰী সেৱাসহ মাজুলীৰ পৰা বহিঃসংযোগী কেউটা পাৰঘাটে সামৰা জলপথত ফেৰীসেৱা বন্ধ ৰাখিবলৈ আভ্যন্তৰীণ জল-পৰিবহন বিভাগক নিৰ্দেশ জাৰি কৰিছে। বতৰৰ বতৰা আৰু পৰিস্থিতি পৰ্যালোচনা কৰি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মাজুলী জিলাত আভ্যন্তৰীণ জল পৰিবহন সেৱা তত্বাৱধানৰ দায়িত্বত থকা মাজুলীৰ অতিৰিক্ত উপায়ুক্ত শ্ৰীনৰেণ দাসে নিশা এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে। ইফালে, ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগেও ইতিমধ্যে চাইক্ল'ন 'ফনি'ৰ আশংকাৰ প্ৰতি নজৰ ৰাখি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ফেৰীসেৱা বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে।। 

যদুমণি শইকীয়া মাজুলী 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.