ETV Bharat / state

মাজুলী চামগুৰি সত্ৰৰ সপ্তম জনা সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামীক নিৰ্মালি প্ৰদান - সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামী

আনহাতে ডেকা সত্ৰাধিকাৰ তিলক গোস্বামীক নিৰ্মালী প্ৰদান কৰে নৱনিযুক্ত সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামীয়ে । এই নিৰ্মালী প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসমৰ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে আৰু বিধায়ক বিমল বৰা ৷

নগেন চন্দ্ৰ গোস্বামী
author img

By

Published : Nov 10, 2019, 6:48 PM IST

মাজুলী, 10 নৱেম্বৰ: মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ সপ্তমজনা সত্ৰাধিকাৰ হিচাপে দেওবাৰে নিৰ্মালী গ্ৰহণ কৰে নগেন চন্দ্ৰ গোস্বামীয়ে ৷ সত্ৰখনৰ ষষ্ঠ জনা সত্ৰাধিকাৰ বিশিষ্ট মুখা শিল্পী কোষকান্ত দেৱ গোস্বামীৰ মৃত্যুৰ পিচত খালী আসনখন পূৰণৰ বাবে নগাঁও চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৃন্দাবন গোস্বামীয়ে নগেন চন্দ্ৰ গোস্বামীক সত্ৰাধিকাৰৰ নিৰ্মালী প্ৰদান কৰে ৷

নগেন চন্দ্ৰ গোস্বামী

আনহাতে ডেকা সত্ৰাধিকাৰ তিলক গোস্বামীক নিৰ্মালী প্ৰদান কৰে নৱনিযুক্ত সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামীয়ে । এই নিৰ্মালী প্ৰদান অনুষ্ঠানত উপস্থিত অসমৰ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে আৰু বিধায়ক বিমল বৰা।

উল্লেখ্য যে, ১৬৬৩ চনতে প্ৰতিষ্ঠা হোৱা সত্ৰখনৰ কতৃপক্ষই সত্ৰাধিকাৰৰ বংশৰ পৰা জেষ্ঠতা অনুসৰি সত্ৰাধিকাৰৰ নিৰ্মালী প্ৰদান কৰে। দেওবাৰে পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ আছে চামগুৰি সত্ৰ।

আৰু পঢ়ক: শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ অধিৱেশনক লৈ ব্যস্ত বিশেষ ভকত বৈষ্ণৱগৰাকী

Intro:ঐতিহাসিক চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ সপ্তম জনা সত্ৰাধিকাৰ নিৰ্মালি প্ৰদান।

V.O --- মাজুলী ঐতিহাসিক চামগুৰি সত্ৰৰ ষষ্ঠ জনা সত্ৰাধিকাৰবিশিষ্ট মুখা শিল্পী কোষকান্ত দেৱ গোস্বামী পৰলোক হোৱাত খালী আসন খন পুৰনৰ বাবে আজি শুভ দিন শুভ তিথি চাই নগেন চন্দ্ৰ গোস্বামী ক সত্ৰাধিকাৰৰ নিৰ্মালী প্ৰদান কৰে নগাওঁ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৃন্দাবন গোস্বামীয়ে। আনহাতে ডেকা সত্ৰাধিকাৰ তিলক গোস্বামী নিৰ্মালী প্ৰদান কৰে নব নিযুক্ত সত্ৰাধিকাৰ নগেন চন্দ্ৰ দেৱ গোস্বামীয়ে। ১৬৬৩ চনতে প্ৰতিষ্ঠা হোৱা সত্ৰ খনে সত্ৰাধিকাৰ বশংৰ পৰা জেষ্ঠতা অনুসৰি সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান কৰি আহিছে। সত্ৰৰ মাংগলিক পৰম্পৰাৰে নিৰ্মালী প্ৰদান কৰে। পুৱাৰে পৰা সত্ৰ খনত নাম প্ৰসংগৰে মুখৰিত হৈ আছে। আইসকল আৰু পুৰুষ সকলে নাম প্ৰসংগ কৰে পৃথকে পৃথকে। ।এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে আৰু বিধায়ক বিমল বৰাই।

বাইট - নগেন চন্দ্ৰ গোস্বামী

বাইট - ৰূপম গোস্বামী

বাইট- নব কুমাৰ দলে , মন্ত্রী

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.