ETV Bharat / state

মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Jan 7, 2020, 10:14 PM IST

মাজুলীত হোৱা প্ৰতিবাদ আৰু ক'লা পতাকা প্ৰদৰ্শনৰ বাবে মুখ্যমন্ত্ৰীয়ে বাতিল কৰিলে মাজুলী ভ্ৰমণ ৷

মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রীৰ
মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রীৰ

মাজুলী, 7 জানুৱাৰীঃ অৱশেষত মুখ্যমন্ত্ৰীয়ে বাতিল কৰিবলৈ বাধ্য হয় মাজুলী ভ্ৰমণ ৷ মঙলবাৰে মাজুলী ভ্ৰমণৰ কথা আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ যাৰ বাবে ৰাতিপুৱাৰে পৰাই আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল গড়মুৰত ৷ কিন্তু নিজ গৃহ সমষ্টিলৈ যাবলৈ অৱশেষত কুন্ঠাবোধ কৰি ভ্ৰমণ বাতিল কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণক লৈ আজিৰ দিনটো ক'লা দিন ঘোষণা কৰিছিল আছু আৰু যুৱ ছাত্ৰ পৰিষদে ৷ জিলা সদৰ গড়মুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ ইয়াৰ উপৰিও নাগৰিকত্ব (সংশোধনী) আইন, 2019 আমি নামানো বুলি ক'লা বেলুন উৰুৱাইছিল ছাত্ৰ সংগঠন দুটাই ৷ যাৰ বাবেই এইদৰে নিজৰ ভ্ৰমণ বাতিল কৰিবলৈ বাধ্য হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Intro:
মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ।
পুৱাৰে পৰা আৰক্ষী অৰ্দ্বসামৰিক বাহিনীয়ে গড়মূৰ ত কটকটীয়া নিৰপত্তা প্ৰদান কৰি আছিল।
কা বিৰোধী প্ৰতিবাদ আৰু ক'লা পতাকাৰ ভয়ত ভ্ৰমণ বাতিল ৰ অভিযোগ।

মুখ্যমন্ত্রীৰ মাজুলী ভ্ৰমণক বিৰোধিতা কৰি আজি দিনটো আছু যুৱছাত্র পৰিষদে ঘোষণা কৰিছিল ক'লা দিন।

মাজুলী জিলা সদৰ গড়মুৰত মুখ্যমন্ত্রী ৰ পুতলিকা দাহ কৰি কা ৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্র প্ৰতিবাদ।
ক'লা বেলুন উৰাই কা আমি নামানো মুখ্যমন্ত্ৰী হায় হায় ধ্বনি দিয়ে।
নিজ সমষ্ঠিতে মুখ্যমন্ত্ৰী ভ্ৰমনত বাধা দিৱ দল সংগঠনে।

Bite1 বিতোপন শৰ্মা সম্পাদক মহকুমা ছাত্ৰ সন্থা

Bite2 মুনীন্দ্ৰ ভূঞা ajycp কেন্দ্ৰিয় প্ৰচাৰ সম্পাদক।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.