মাজুলী,26 জানুৱাৰীঃ আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় 71তম্ গণতন্ত্ৰ দিৱস ৷ কিন্তু ইয়াৰ মাজতে মাজুলীত সংঘটিত হৈছে লজ্জাজনক ঘটনা ৷ মাজুলীত উত্তোলন কৰা হয় ওলোটাকৈ জাতীয় পতাকা ৷ মাজুলী দলনি চামগুৰি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷ দিনৰ প্ৰায় 2 বজালৈ ওলোটাকৈ উৰি থাকে জাতীয় পতাকাখন ৷ বিদ্যালয়খনৰ শিক্ষকসকলৰ এইধৰণৰ কাণ্ডই সম্প্ৰতি চিন্তিত কৰি তুলিছে সচেতন মহলক ৷
লগতে পঢ়ক-খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 71 সংখ্যক গণৰাজ্য দিৱস