ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত থুৱাই-থুৱাই প্ৰতিবাদ যুৱতীৰ

মাজুলীত মুখ্যমন্ত্ৰীৰ পুত্তলিকাত থুৱাই-থুৱাই প্ৰতিবাদ সাব্যস্ত কৰিলে গড়মূৰৰ ছাত্ৰ সমাজে

MAJULI PROTEST AGAINST CAB
মুখ্যমন্ত্ৰীৰ সমষ্টিত থুৱাই-থুৱাই প্ৰতিবাদ যুৱতীৰ
author img

By

Published : Dec 9, 2019, 7:35 PM IST

Updated : Dec 9, 2019, 7:44 PM IST

মাজুলী, 9 ডিচেম্বৰঃ সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীৰ সমষ্টিত ক্ষোভৰ দাবানল ৷ কেব বিৰোধী প্ৰতিবাদত উত্তল হ'ল মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি ৷ মাজুলীৰ গড়মূৰত ছাত্ৰ সমাজে সাব্যস্ত কৰিলে বিশাল প্ৰতিবাদ ৷

মুখ্যমন্ত্ৰীৰ সমষ্টিত থুৱাই-থুৱাই প্ৰতিবাদ যুৱতীৰ

প্ৰতিবাদস্থলীত মাজুলীৰ যুৱতীৰ ৰণচণ্ডী ৰূপ ৷ মুখ্যমন্ত্ৰীৰ পুত্তলিকাত থুৱাই-থুৱাই প্ৰতিবাদ সাব্যস্ত কৰিলে মাজুলীৰ যুৱতীয়ে ৷

Intro:@ ঠুৱাই ঠুৱাই প্ৰতিবাদ বহিল মাজুলীৰ যুৱতী ।

@সংসদত কেব গৃহীত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী সমষ্টিত ক্ষোভৰ জুই ।

@ Cab বিৰোধী প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰী সমষ্টি মাজুলী।

@ মাজুলী গড়মূৰত ছাত্ৰ সমাজৰ বিশাল জোৰ সমদল।

@ মাজুলীৰ যুৱতীৰ ৰণচণ্ডি ৰূপ।

@ মুখ্যমন্ত্রীৰ পুত্তলিকাত থু থু।

@ মুখ্যমন্ত্রীৰ মৃত ঘোষণা কৰি গালে দিহানাম।

@ জোৰ সমদল ত অংশ মাজুলী ৰ সকলোস্তৰৰ নাগৰিকৰ ।

@ cab গ্ৰহণ নকৰা ৰ হুংকাৰ ।

@ ছাত্ৰ সমাজে জ্বলালে মুখ্যমন্ত্ৰী ৰ পুত্তলিকা।

@ এজিপি আৰু বিজেপি ৰ গ' ব্ৰেক ধ্বনি।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
Last Updated : Dec 9, 2019, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.