ETV Bharat / state

মাজুলীত নিৰ্মীয়মান অৱস্থাতে চপৰা-চপৰে খহিছে পথ - majuli

উল্লেখ্য যে ৪ কোটি ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথটিয়ে বহন কৰিব নোৱাৰে কোনো ডাঙৰ গাড়ীৰ ভাৰ ৷ কেৱল চাইকেলৰ অনুমতি থকা এই পথটো নিৰ্মীয়মান অৱস্থাতে এনেদৰে চপৰা চপৰা খহি অহাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

মাজুলী
author img

By

Published : Aug 4, 2019, 9:23 PM IST

মাজুলী, 4 আগষ্টঃ শূন্য সহনশীলতাৰে দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা খোদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত বিভিন্ন উন্নয়নমূলক আঁচনিত সঘনাই সংঘটিত হৈ আহিছে দুৰ্নীতি ৷ সততে উন্নয়ন আৰু পৰিবৰ্তনৰ কথা কোৱা মুখ্যমন্ত্ৰী গৰাকীৰ গৃহ সমষ্টিৰ পথ নিৰ্মাণ ব্যাপক অনিয়ম ৷ চপৰা চপৰে খহিছে প্ৰধানমন্ত্ৰী গ্ৰাম্য চৰক যোজনাৰ অধীনৰ মুদৈগাও- ধৌৱাচলা বনগাঁৱৰ এই মূল পথছোৱা ৷ উল্লেখ্য যে ৪ কোটি ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথটিয়ে বহন কৰিব নোৱাৰে কোনো ডাঙৰ গাড়ীৰ ভাৰ ৷ কেৱল চাইকেলৰ অনুমতি থকা এই পথটো নিৰ্মীয়মান অৱস্থাতে এনেদৰে চপৰা চপৰা খহি অহাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

মাজুলী
উজনি মাজুলীৰ শতাধিক গাঁৱৰ যাতায়তৰ একমাত্ৰ পথটোৰে যদি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াব নোৱাৰে তেন্তে এই পথ আমাক নালাগে বুলি পথটোৰ নিৰ্মাণ কাৰ্য আধাতে বন্ধ কৰিছে স্থানীয় ৰাইজে। এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানি বিভাগে ৰাইজৰ হৈ নহয় ঠিকাদাৰৰ হৈহে কাম কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে।

Intro:Gfx.. মুখ্যমন্ত্ৰীৰ সমষ্টিত এটা আজৱ পথঃ
Gfx... নিৰ্মীয়মান অৱস্থাতে ভাগিল পথটোঃ
Gfx... পথৰ ওপৰত গড়কাপ্তানি বিভাগৰ নিষেধাজ্ঞাঃ
Gfx... মন্ত্ৰী হিমন্তৰ গড়কাপ্তানি পথত বাইচাইকল ৰ হে অনুমতি।
Gfx,,, ঠিকাদাৰ হেমন্ত বৰাক ৰক্ষণাবেক্ষণত মাজুলী গড়কাপ্তানি বিভাগঃ
Gfx... ৰাইজে বন্ধ কৰি দিলে পথটোৰ নিৰ্মাণ কাৰ্যঃ

VO.... মাজুলীৰ এটা গড়কাপ্তানি পথৰে গাড়ীযোৱাত নিষেধাজ্ঞা যাৰি কৰিলে গড়কাপ্তানি পথ বিভাগে। উজনি মাজুলীৰ লক্ষ্যাধিক লোকৰ যাতায়ত আৰু যোগাযোগ একমাত্ৰ পথটোত এই নিষেধাজ্ঞা চৰকাৰি ভাৱে। কাৰণ ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে নিৰ্মীয়মান অৱস্থাতে ভাগি চিগি জহি খহি গৈছে পথটো। প্ৰধানমন্ত্ৰী গ্ৰাম চৰগ যোজনাৰ আধিনত মুদৈগাও- ধৌৱাচলা বনগাঁও ৬ কি মি ৬০০ মিটাৰ পথটোত নিৰ্মাণ ব্যয় ৪ কোটি ৭৬ লাখ টকা। পথটো ভাগিবলৈ আৰম্ভ কৰাত ঠিকাদাৰৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মাজুলী গড়কাপ্তানি বিভাগে পথত নিৰ্মাণ কৰিলে এইখন গেট। সৰু গাড়ীৰ বাদে সকলো গাড়ী বন্ধ কৰি দিয়াত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ জনতা।
বাইট --- স্থানীয় ব্যক্তি।

Body:উজনি মাজুলীৰ শতাধিক গাঁৱৰ যাতায়তৰ এক মাত্ৰ পথটোৰে যদি অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি অনান্য সামগ্ৰী যদি আনিবই নোৱাৰি তেনে এই পথ আমাক নালাগে বুলি পথটো নিৰ্মাণ কাৰ্য বন্ধ কৰি স্থানীয় ৰাইজে। এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টি মাজুলীত মন্ত্ৰী হিমন্তৰ গড়কাপ্তানি বিভাগে ৰাইজৰ হৈ নহয় ঠিকাদাৰৰ হৈহে কাম কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে।

Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.