ETV Bharat / state

মাজুলীত টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ লাইখুঁটা স্থাপন - সোণালী জয়ন্তী বৰ্ষ

মঙলবাৰে মাজুলীৰ জেংৰাইমুখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষ কাৰ্যসূচীৰ "লাইখুঁটা স্থাপন" কৰে উদ্যোক্তাই । অহা মাহৰ ৬ আৰু ৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰিব সোণালী জয়ন্তী বৰ্ষ ৷

মাজুলীত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ লাইখুঁটা স্থাপন

author img

By

Published : Jan 13, 2021, 8:44 AM IST

মাজুলী,13 জানুৱাৰীঃ এইবেলি মাজুলীত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব ৷ মঙলবাৰে উক্ত কাৰ্যসূচী অনুসৰি মাজুলীৰ জেংৰাইমুখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত "লাইখুঁটা স্থাপন" কৰে উদ্যোক্তাই । অহা মাহৰ ৬ আৰু ৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰিব সোণালী জয়ন্তী বৰ্ষ ৷

মাজুলীত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ লাইখুঁটা স্থাপন

প্ৰায় 20 সহস্ৰাধিক লোকে এই কাৰ্যসূচীত মিচিং সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰিব বুলি কয় উদ্যোগতাই ৷ জানিব পৰা মতে মাজুলীৰ প্ৰতিখন মিচিং গাঁৱৰ পৰা চাউলকে ধৰি বৰঙণি সংগ্ৰহ কৰি আয়োজন কৰিছে এই কাৰ্যসূচী ৷ একেদৰে মাজুলীত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিলৈ পায় মাজুলীবাসী তথা মিচিং লোকসকলৰ বাবে গৌৰৱৰ কথা বুলি কয় উদ্যোক্তা সকলে ৷

লগতে পঢ়কঃ বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপন আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.