ETV Bharat / state

মাজুলীত টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ লাইখুঁটা স্থাপন

মঙলবাৰে মাজুলীৰ জেংৰাইমুখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষ কাৰ্যসূচীৰ "লাইখুঁটা স্থাপন" কৰে উদ্যোক্তাই । অহা মাহৰ ৬ আৰু ৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰিব সোণালী জয়ন্তী বৰ্ষ ৷

author img

By

Published : Jan 13, 2021, 8:44 AM IST

মাজুলীত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ লাইখুঁটা স্থাপন

মাজুলী,13 জানুৱাৰীঃ এইবেলি মাজুলীত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব ৷ মঙলবাৰে উক্ত কাৰ্যসূচী অনুসৰি মাজুলীৰ জেংৰাইমুখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত "লাইখুঁটা স্থাপন" কৰে উদ্যোক্তাই । অহা মাহৰ ৬ আৰু ৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰিব সোণালী জয়ন্তী বৰ্ষ ৷

প্ৰায় 20 সহস্ৰাধিক লোকে এই কাৰ্যসূচীত মিচিং সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰিব বুলি কয় উদ্যোগতাই ৷ জানিব পৰা মতে মাজুলীৰ প্ৰতিখন মিচিং গাঁৱৰ পৰা চাউলকে ধৰি বৰঙণি সংগ্ৰহ কৰি আয়োজন কৰিছে এই কাৰ্যসূচী ৷ একেদৰে মাজুলীত টাকাম মিচিং পৰিণ কাবাঙৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিলৈ পায় মাজুলীবাসী তথা মিচিং লোকসকলৰ বাবে গৌৰৱৰ কথা বুলি কয় উদ্যোক্তা সকলে ৷

লগতে পঢ়কঃ বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.