ETV Bharat / state

ভূমি পূজন সম্পন্ন মাজুলী-যোৰহাট সংযোগী দলঙৰ

author img

By

Published : Feb 18, 2021, 1:23 PM IST

দীৰ্ঘদিনীয়া প্ৰতিবাদ আৰু সংগ্ৰামৰ ফলত অৱশেষত কাম আৰম্ভ হোৱাৰ দিশে মাজুলী-যোৰহাট সংযোগী দলঙৰ । বৃহস্পতিবাৰে দলঙৰ ভূমি পূজন সম্পন্ন কৰিলে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ভূমি পূজন সম্পন্ন মাজুলী-যোৰহাট সংযোগী দলঙৰ
ভূমি পূজন সম্পন্ন মাজুলী-যোৰহাট সংযোগী দলঙৰ

মাজুলী,১৮ ফেব্ৰুৱাৰী: দীৰ্ঘদিনীয়া প্ৰতিবাদ আৰু সংগ্ৰামৰ ফলত অৱশেষত মাজুলীবাসীৰ মুখত হাঁহি বিৰিঙিছে । বহু প্ৰত্যাশিত আৰু ঐতিহাসিক দলং নিৰ্মাণ হ’বলৈ গৈ আছে মাজুলীবাসীৰ বাবে । মাজুলীবাসীৰ যন্ত্ৰণা উপলব্ধি কৰি অৱশেষত চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয়,শীঘ্ৰে কাম আৰম্ভ হ'ব নিমাতীঘাট আৰু মাজুলী সংযোগী দলঙৰ ।

বৃহস্পতিবাৰে দলঙৰ ভূমি পূজন সম্পন্ন কৰিলে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অফলামুখ ঘাটৰ সমীপৰ দক্ষিণপাটত ভূমি পূজন কৰি কাৰিকৰী কামৰো শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । কাৰ্যসূচীত অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী তথা শীৰ্ষ নেতা উপস্থিত থাকে । দলঙৰ ভূমি পূজন সম্পন্ন হোৱাৰ লগে লগে এতিয়া উৎফুল্লিত সমগ্ৰ মাজুলীৰ ৰাইজ ।

লগতে পঢ়ক:বৃহস্পতিবাৰে ভূমি পূজন যোৰহাট-মাজুলী সংযোগী দলঙৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.