ETV Bharat / state

দলং নিৰ্মাণৰ দাবীৰে মাজুলীৰ অফলামুখ ফেৰী ঘাটত উত্তাল প্ৰতিবাদ

author img

By

Published : Jul 12, 2019, 11:01 PM IST

মাজুলীত আজিও স্থগিত হৈ আছে ফেৰী সেৱা। হাহাকাৰ ২ লক্ষ জনতাৰ। মাজুলী সংযোগী দলং নিৰ্মাণৰ দাবীত ফেৰীঘাটত উত্তাল প্ৰতিবাদ বানাক্ৰান্তৰ ৷

দলং নিৰ্মাণৰ দাবীৰে মাজুলীৰ অফলামুখ ফেৰী ঘাটত উত্তাল প্ৰতিবাদ

মাজুলী, 12 জুলাইঃ যোৱা 4 দিন ধৰি বন্ধ হৈ থকা মাজুলী ফেৰী সেৱাই অৱশেষত ধৈৰ্যৰ সকলো বান্ধ চেৰাই গৈ প্ৰতিবাদত বহিবলৈ বাধ্য কৰালে নদী-দ্বীপবাসীৰ একাংশ সচেতন যুৱক তথা পীড়িতক ৷ বানৰ মাজতে বন্ধ ফেৰী সেৱাৰ বাবে কাৰ্যত জলবন্দী হৈ আছে 2 লক্ষাধিক জনতা ৷ এতিয়াও এখন দলং নিৰ্মাণ নোহোৱাত প্ৰতিবাদত নামিল একাংশ বানাক্ৰান্ত ৷ চাওক এক প্ৰতিবেদন

Intro:মাজুলীত আজিও বন্ধ ফেৰী সেৱা। হাহাকাৰ ২ লক্ষ্য জনতাৰ।
মাজুলী ফেৰী ঘাটতত উত্তাল প্ৰতিবাদ ।
আমাক দলং লাগিবই।।

V.o--- মাজুলী ফেৰী ঘাটতত উত্তাল প্ৰতিবাদ। অফলামুখ ফেৰী ঘাটতত এই প্ৰতিবাদ। আমাক এখন দলং লাগে । একাংশ সচেতন যুৱক আৰু বণ্যাৰ্ত ই ফেৰী ঘাটতত পানীত নামি এই প্ৰতিবাদ কৰে। ৪ দিন ফেৰী বন্ধ হাহাকাৰ মাজুলীৰ ২ লক্ষ্য জনতা জলবন্দী হৈছে। খাদ্য সংকটত পৰাৰ সম্ভাৱনা , ৰাগী সকলৰ মাজত হাহাকাৰ ছাত্র ছাত্ৰী সাধাৰন গঞা বহি:জগতৰ লগত যোগাযোগ কৰিব পৰা নাই। বাৰুকৈ অনুভৱ কৰিছে এখন দলংঙৰ। ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰী তে আধাৰ শিলা স্থাপন কৰিলে দলংঙৰ কিন্তু আজিও ডিপি আৰ নহল। ফলত মাজুলী বাসীৰ আকৌ জ্বলাকলা পৰিবেশ। আজি অফলামুখ ফেৰী ঘাটতত পানীত পৰি এই সকল যুৱকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবীকৰাৰ লগতে প্ৰাৰম্ভিক দাবী পুৰন কৰিবলৈ আহ্বান জনাইছে। মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়া বুজিব মাজুলী বাসীৰ দুৰ্দশা। কেৱল দলংঙৰ নামত ৩ বছৰৰ পূৰ্বে ফটা ঢ়োল বজাই দায়িত্ব সামৰিলে। আজি আকৌ সোৱৰাই দিছে এই সকল জনতাই।
Body:
Bite 1

Bite 2

Bite 3

Bite 4

Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.