ETV Bharat / state

অসমীয়া সংস্কৃতিৰ অনবদ্য উপাদান বয়ন শিল্পক ধৰি ৰখাৰ প্ৰয়াস - বয়ন শিল্প

বনগাঁও শংকৰদেৱ শিশু নিকেতন অভিনৱ প্ৰচেষ্টা ৷ বিদ্যালয়নৰ পাঠ্যক্ৰম ভিত্তিক শিক্ষা ব্যৱস্থাৰ সমান্তৰালকৈ অসমীয়া সমাজ ব্যৱস্থাৰ এক এৰাব নোৱাৰা অংগ বয়ন শিল্পক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিচয় কৰাই দিছে ৷

বয়ন শিল্পক ধৰি ৰখাৰ প্ৰয়াস
বয়ন শিল্পক ধৰি ৰখাৰ প্ৰয়াস
author img

By

Published : Mar 19, 2020, 10:37 PM IST

মাজুলী, 19 মাৰ্চঃ অসমীয়া সমাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা কেতবোৰ বিশেষ উপাদান ধৰি ৰখাৰ প্ৰয়াস কৰিছে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনে ৷ বিদ্যালয়খনে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এই ঐতিহাসিক পৰম্পৰাক চিনাকী কৰি দিয়াৰ লগতে সেই পৰম্পৰাক জীয়াই ৰখাৰ মানসেৰে, ফ্ৰেব্ৰুৱাৰী মাহতেই আৰম্ভ কৰা গামোছা বোৱা কাৰ্যসূচী সম্পূৰ্ণ কৰে ৷ সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰী সকলক লৈ গামোছা বোৱা আৰু ফুল বছা আদি সকলো কাৰ্যতে প্ৰশিক্ষক মাতৃ ভাৰতীৰ সদস্যসকলে ব্যৱহাৰিকভাৱে শিক্ষা প্ৰদান কৰিছে ৷

অসমীয়া সংস্কৃতিৰ অনবদ্য উপাদান বয়ন শিল্পক ধৰি ৰখাৰ প্ৰয়াস

বিদ্যালয়খনে ছাত্ৰী সকলক বিভিন্ন সময়ত অসমীয়া সংস্কৃতিত বহু পৰম্পৰাৰ লগত চিনাকী কৰোৱা কাৰ্যসূচীৰ সমান্তৰালভাৱে অসমীয়া সমাজ ব্যৱস্থাৰ এক এৰাব নোৱাৰা অংগ বয়ন শিল্পক এনেদৰে বিদ্যালয় কেন্দ্ৰীক ব্যৱস্থাৰ মাজেৰে পৰিচয় কৰাই দিছে ৷

লগতে পঢ়কঃ শিষ্যৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আগবাঢ়ি আহিল শিক্ষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.