মাজুলী, 11 জানুৱাৰী: অৱশেষত অসমীয়া শিক্ষাৰ্থীলৈ বাংলা ভাষাৰ উপহাৰ প্ৰদান কৰিলে শিক্ষা বিভাগে ৷ দৰাচলতে ২০২০ বৰ্ষৰ নতুন পাঠ্যপুথি হাতত পাই হতভম্ব হৈ পৰিল মাজুলীৰ এইখন ৰোমহৰ্ষন মধ্য ইংৰাজী বিদ্যালয়। শিক্ষাবৰ্ষৰ আৰম্ভণিতে বাংলা আওৰাব লগা হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে। বাংলা ভাষাত ছপা হৈছে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপ। ইয়াকে লৈ এতিয়া বিমোৰত পৰিছে বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল। প্ৰকৃততে কাৰ বাবে মুদ্ৰণ কৰা হৈছে এই কিতাপ। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীলৈ বাংলা ভাষাৰ উপহাৰ শিক্ষা বিভাগৰ। যি সময়ত ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন অব্যাহত আছে , সেই সময়তে অসমীয়া ছাত্ৰ ছাত্ৰীক লৈ শিক্ষা বিভাগৰ ল'ৰা ধেমালিক মুকলিকৈ ধিক্কাৰ দিছে বহুজনে।
অসমীয়া মাধ্যমৰ সমাজ বিজ্ঞানৰ কিতাপ মুদ্ৰণ হ'ল বাংলা ভাষাত - মাজুলীত বাংলা ভাষাত ছপা হ'ল সপ্তম শ্ৰেণীৰ কিতাপ
বাংলা ভাষাত ছপা হ'ল সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি ৷ সমাজ বিজ্ঞানৰ দহ নং পৃষ্ঠা মুদ্ৰণ হ'ল বাংলা ভাষাত ৷
মাজুলী, 11 জানুৱাৰী: অৱশেষত অসমীয়া শিক্ষাৰ্থীলৈ বাংলা ভাষাৰ উপহাৰ প্ৰদান কৰিলে শিক্ষা বিভাগে ৷ দৰাচলতে ২০২০ বৰ্ষৰ নতুন পাঠ্যপুথি হাতত পাই হতভম্ব হৈ পৰিল মাজুলীৰ এইখন ৰোমহৰ্ষন মধ্য ইংৰাজী বিদ্যালয়। শিক্ষাবৰ্ষৰ আৰম্ভণিতে বাংলা আওৰাব লগা হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে। বাংলা ভাষাত ছপা হৈছে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপ। ইয়াকে লৈ এতিয়া বিমোৰত পৰিছে বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল। প্ৰকৃততে কাৰ বাবে মুদ্ৰণ কৰা হৈছে এই কিতাপ। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীলৈ বাংলা ভাষাৰ উপহাৰ শিক্ষা বিভাগৰ। যি সময়ত ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন অব্যাহত আছে , সেই সময়তে অসমীয়া ছাত্ৰ ছাত্ৰীক লৈ শিক্ষা বিভাগৰ ল'ৰা ধেমালিক মুকলিকৈ ধিক্কাৰ দিছে বহুজনে।
অসমীয়া শিক্ষাৰ্থীলৈ বাংলা ভাষা উপহাৰ শিক্ষা বিভাগৰ……
বাংলা ভাষাত ছপা হল সপ্তম শ্ৰেনীৰ সমাজ বিজ্ঞানৰ কিতাপ…
নতুন শিক্ষা বৰ্ষৰ কিতাপ পাই হতভম্ব মাজুলীৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী
সমাজ বিজ্ঞানৰ দহ পৃষ্ঠা মুদ্ৰন হল বাংলা ভাষাত
শিক্ষা বিভাগৰ অাজৱ কাণ্ড……
শিক্ষাৰ্থীয়ে কি কলে শিক্ষামন্ত্ৰীক……
v.o...২০২০ বৰ্ষৰ নতন কিতাপ পাই হতভম্ব হৈ পৰিল মাজুলীৰ এইখন ৰোমহৰ্ষন মধ্য ইংৰাজী বিদ্যালয়। শিক্ষাবৰ্ষনৰ অাৰম্ভনিতে বাংলা অাওৰাব লগা হৈছে সপ্তম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীয়ে। হয়, বাংলা ভাষাত ছপা হৈছে সপ্তম শ্ৰেনীৰ সমাজ বিজ্ঞানৰ কিতাপ। অৰ্থনৈতিক অাৰু ৰাজনৈতিক খণ্ড শীৰ্ষক দহ টাকৈ পৃষ্ঠা ছপা হৈ অাহিল সমাজ বিজ্ঞানৰ কিতাপ। ইয়াকে লৈ এতিয়া বিমোৰত শিক্ষক অাৰু ছাত্ৰ ছাত্ৰী সকল। প্ৰকৃততে কাৰ বাবে মুদ্ৰন কৰা হৈছে এই কিতাপ। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীলৈ বাংলা ভাষাৰ উপহাৰ শিক্ষা বিভাগৰ। যি সময়ত ৰাজ্যত বাংলাদেশী ৰ বিৰোধে অান্দোলন চলি অাছে, তেনে সময়ত অসমীয়া ছাত্ৰ ছাত্ৰীক লৈ শিক্ষা বিভাগৰ লৰা ধেমালিক মুকলিকৈ ধিক্কাৰ জনালে বহুজনে।
বাইট…… প্ৰধান শিক্ষক
v.o...বিদ্যালয়ৰ প্ৰধান শিক্ষকে পঢ়ি শুনালে বাংলা ভাষাত সমাজ বিজ্ঞানৰ কিতাপ। কেনদৰে পঢ়ি ছাত্ৰ ছাত্ৰীয়ে।
শিক্ষা বিভাগৰ কাণ্ড দেখি অসহায় ছাত্ৰ ছাত্ৰী য়ে শিক্ষামন্ত্ৰীক অসমীয়া ভাষাত কিতাপ দিবলৈ অনুৰোধ জনালে।
বাইট… ছাত্ৰ ছাত্ৰী
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম Conclusion: