ETV Bharat / state

মাজুলী-যোৰহাট সংযোগী দলংখনৰ ভূমি পূজন,আবতৰীয়া দিপাৱলী মাজুলীত

author img

By

Published : Feb 19, 2021, 6:56 AM IST

মাজুলীত নিৰ্মাণ হ'বলগীয়া মাজুলী-যোৰহাট সংযোগী দলংখনৰ ভূমি পূজন সম্পন্ন হোৱাৰ পাচত এক প্ৰকাৰ আবতৰীয়া দিপাৱলীৰ সৃষ্টি হৈছে মাজুলীত ৷ এই ভূমি পূজন অনুষ্ঠানত ভিডিঅ' কনফাৰেঞ্চ যোগে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে ৷

মাজুলী-যোৰহাট সংযোগী দলংখনৰ ভূমি পূজন,আবতৰীয়া দিপাৱলী মাজুলীত
মাজুলী-যোৰহাট সংযোগী দলংখনৰ ভূমি পূজন,আবতৰীয়া দিপাৱলী মাজুলীত

মাজুলী, 19 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৱণ্টিত 925 কোটি টকাৰ এক বৃহৎ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া মাজুলী-যোৰহাট সংযোগী দলংখনৰ ভূমি পূজন বৃহস্পতিবাৰে সম্পন্ন কৰা হয় ৷ এই ভূমি পূজন অনুষ্ঠানত ভিডিঅ' কনফাৰেঞ্চ যোগে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে ৷ দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যাৰ বাবে কৰি অহা প্ৰতিবাদ আৰু সংগ্ৰামৰ ফলত অৱশেষত মাজুলীবাসীৰ মুখত বিৰিঙিছে হাঁহি ।

উল্লেখ্য যে, দলংখনৰ ভূমি পূজন সম্পন্ন হোৱাৰ পাচত এক প্ৰকাৰ আবতৰীয়া দিপাৱলীৰ সৃষ্টি হৈছে মাজুলীত ৷ মাজুলীৰ জিলা সদৰ গড়মূৰত ফুটিছে আতচবাজী ,জ্বলিছে শাৰী শাৰী বন্তি ৷ মাজুলী জিলা ব্যৱসায়ী সন্থাৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ন কৰি সকলোৱে মতলীয়া হৈছে আনন্দ উল্লাসত ৷
লগতে পঢ়ক: বঙাইগাঁৱৰ পৰা পৰীক্ষামূলক ভাৱে চলিল অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে'ল ইঞ্জিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.