ETV Bharat / state

মাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ - মাজুলী বালিচাপৰিত প্ৰাক্তন আলফা সদস্যৰ মৃত দেহ উদ্ধাৰ

মাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ । মাজুলী বালিচাপৰিত ঘৰ প্ৰাক্তন আলফা জনৰ । ঘৰৰ কাষৰ দুপতলী পথাৰত উদ্ধাৰ হৈছে মৃতদেহ । আলফা সদস্য জনৰ নাম ৰাতুল বৰা ওৰফে পুতল ৷

মাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃত দেহ উদ্ধাৰ
author img

By

Published : Oct 19, 2019, 1:00 PM IST

Updated : Oct 22, 2019, 12:52 PM IST

মাজুলী, 19 অক্টোবৰঃ মাজুলীত উদ্ধাৰ প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ ৷ মৃত আলফা সদস্যজনৰ নাম ৰাতুল বৰা ওৰফে পুতল ৷ কেইবাজনো ব্যৱসায়ী হত্যা কাণ্ডৰ লগত নাম সাঙোৰ খাই আছিল ৰাতুল বৰা ওৰফে পুতলৰ ৷ মাজুলী বালিচাপৰিত ঘৰ প্ৰাক্তন আলফা সদস্য জনৰ ৷ ঘৰৰ কাষৰ দুপতলী পথাৰতে উদ্ধাৰ হয় প্ৰাক্তন আলফা সদস্যগৰাকীৰ মৃতদেহ ৷

প্ৰাক্তন আলফা সদস্যৰ মৃত দেহ উদ্ধাৰ

উল্লেখ্য যে, বৃহস্পতি বাৰে নিশাৰ ভাগতে ঘৰৰ পৰা ওলাই গৈছিল প্ৰাক্তন আলফা সদস্য জন ৷ আনহতে,মৃত আলফা সদস্যগৰাকীৰ দেহৰ কেইবাটাও স্থানত আঘাটৰ চিন স্পষ্ট ৷ মুখৰ দাঁত ভাগিযোৱাৰ লগতে মুৰতো আঘাতৰ চিন স্পষ্ট ৷ সেয়েহে কোনোবাই হত্যা কৰি পেলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷

Intro:মাজুলীত প্ৰাক্তন আলফাৰ মৃত দেহ উদ্ধাৰঃ

VO... মাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ। মাজুলী বালিচাপৰিত ঘৰ প্ৰাক্তন আলফা জনৰ। ঘৰৰ কাষৰ দুপতলী পথাৰত উদ্ধাৰ হৈছে মৃতদেহ। আলফা সদস্য জনৰ নাম ৰাতুল বৰা ওবফে পুতল(৩৭) কেইবাজনো ব্যৱসায় হত্যা কাণ্ডৰ লগত নাম সাঙোৰ খাইছিল আলফাজনৰ বিৰুদ্ধে।কোনোবাই হত্যা কৰি পেলাই থোৱাৰ সন্দেহ।দেহত কেইবাটাও আক্ৰমন কৰা দাগ স্পষ্ট হৈছে । বৃহস্পতি বাৰে নিশা ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ কৰিছে। মুখৰ দাঁত ভাগিযোৱা আৰু মুৰত আঘাতৰ চিন স্পষ্ট।
বাইট-- পৰিয়ালৰ লোক।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
Last Updated : Oct 22, 2019, 12:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.