ETV Bharat / state

নাও দুৰ্ঘটনা: মাজুলীত পুনৰ উদ্ধাৰ এটি মৃতদেহ - nimatighat accident

suspacted death body recover in majuli
মাজুলীত পুনৰ উদ্ধাৰ এটি মৃতদেহ
author img

By

Published : Sep 14, 2021, 12:26 PM IST

Updated : Sep 14, 2021, 2:18 PM IST

12:15 September 14

দক্ষিণ আঁহতগুৰিৰ ভেকেলী চাপৰিত উদ্ধাৰ মৃতদেহটো ৷

যোৰহাট, 14 ছেপ্তম্বৰ : মঙলবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ জুৱলীত উদ্ধাৰ এটি মৃতদেহ ৷ মাজুলীৰ দক্ষিণ আঁহতগুৰিৰ ভেকেলী চাপৰিত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এই মৃতদেহটো ৷ মৃতদেহটো নিমাতীৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে ৷

মৃতদেহটোৰ পৰিধানত আছে ক’লা ৰঙৰ চাৰ্ট ৷ অৱশ্যে বৰ্তমানেও মৃতদেহটোৰ সন্দৰ্ভত লাভ কৰা নাই সঠিক কোনো তথ্য ৷ এই সন্দৰ্ভত বৰ্তমান অভিযান চলাই থকা হৈছে ৷ 

লগতে পঢ়ক: নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট ডাঃ বিক্ৰমজিৎ বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী

Last Updated : Sep 14, 2021, 2:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.