ETV Bharat / state

পঞ্চম ৰাউণ্ডৰ অন্তত 15,074 ভোটত অগ্ৰগতি সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : May 2, 2021, 10:25 AM IST

Updated : May 2, 2021, 1:39 PM IST

15,074 ভোটত অগ্ৰগতি লাভ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পঞ্চম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত সৰ্বানন্দ সোণোৱালে লাভ কৰিছে মুঠ 24,097 ভোট ৷ সোণোৱালৰ প্ৰতিদ্বন্দী তথা কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে মুঠ 9023 টা ভোট লাভ কৰিছে ৷

cm sonowal leading by 2723 votes
প্ৰথম ৰাউণ্ডৰ অন্তত 2723 ভোটত অগ্ৰগতি সৰ্বানন্দ সোণোৱালৰ

নিউজ ডেস্ক, 2 মে': পঞ্চম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত 15,074 ভোটত অগ্ৰগতি লাভ কৰিছে সৰ্বানন্দ সোণোৱালে ৷ পঞ্চম ৰাউণ্ডৰ পাচত বিজেপিৰ সৰ্বানন্দ সোণোৱালে 24,097 টা ভোট লাভ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছৰ ৰাজীৱ লোচন পেগুৱে 9023 টা ভোট লাভ কৰে ৷

উল্লেখ্য যে, প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত মাজুলীত 2723 ভোটত অগ্ৰগতি লাভ কৰিছিল সৰ্বানন্দ সোণোৱালে ৷ প্ৰথম ৰাউণ্ডত সোণোৱালে মুঠ 4400 ভোট লাভ কৰাৰ পৰিৱৰ্তে তেওঁৰ প্ৰতিদ্বন্দী তথা কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে 1677 টা ভোট লাভ কৰিছিল ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হ'ব কোন ? হঠাৎ ৰাজভৱনত হিমন্ত বিশ্ব শৰ্মা

Last Updated : May 2, 2021, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.