ETV Bharat / state

বানাক্ৰান্ত শিক্ষাৰ্থীৰ মাজত কিতাপ বিতৰণ ‘সমন্বয়’ৰ - বানাক্ৰান্ত শিক্ষাৰ্থীৰ মাজত কিতাপ বিতৰণ ‘সমন্বয়’ৰ

মাজুলীৰ বানাক্ৰান্ত শিক্ষাৰ্থীৰ মাজত কিতাপ বিতৰণ৷ 25 আৰু 26 আগষ্ট তাৰিখে মাজুলীৰ বান বিধ্বস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য আগবঢ়ায় ‘সমন্বয়ে’

বানাক্ৰান্ত শিক্ষাৰ্থীৰ মাজত কিতাপ বিতৰণ ‘সমন্বয়’ৰ
author img

By

Published : Aug 27, 2019, 2:49 PM IST

মাজুলী, 27 আগষ্টঃ মাজুলীৰ বানাক্ৰান্ত শিক্ষাৰ্থীৰ মাজত কিতাপ বিতৰণ সামাজিক অনুষ্ঠান ‘সমন্বয়’ৰ৷ 'সমন্বয়'ৰ ড` দেৱাশিস বেজবৰুৱা, গণেশ লুইতপৰীয়া, গীতুমনি গোহাঁই, কৌশিক চক্ৰৱৰ্তী, তীৰ্থ প্ৰতীম নাথ, ভাস্কৰ তালুকদাৰৰ লগতে আন আন সদস্যৰ দলটিয়ে 25 আৰু 26 আগষ্ট তাৰিখে মাজুলীৰ বান বিধ্বস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্যও আগবঢ়ায়৷ উক্ত অনুষ্ঠানটোৰ উদ্যোগত 25 আগষ্টত ভকত চাপৰি অঞ্চলৰ 16 খন গাঁও আৰু কৰতিপাৰ অঞ্চলৰ 3 খন গাঁৱত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহী, অন্যান্য শিক্ষাৰ লগত জড়িত সামগ্ৰী আৰু আন আন সামগ্ৰী বান সাহাৰ্য হিচাপে প্ৰদান কৰা হয়৷ 26 আগষ্ট তাৰিখে কমলাবাৰী অঞ্চলৰ মথাউৰিৰ বাহিৰৰ ক্ষতিগ্ৰস্ত তিনিখন গাঁৱতো সমন্বয়ে প্ৰদান কৰে সাহায্য৷

বানাক্ৰান্ত শিক্ষাৰ্থীৰ মাজত কিতাপ বিতৰণ ‘সমন্বয়’ৰ

তদুপৰি উত্তৰ কমলাবাৰী সত্ৰৰ দ্বাৰা পৰিচালিত উত্তৰ পূৱ শিশু বিকাশ কেন্দ্ৰৰ সহযোগিতাত উত্তৰ কমলাবাৰী সত্ৰ প্ৰাংগনত অনুষ্ঠিত এখন সভাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উপস্থিতিত বানপানীত ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন সামগ্ৰী, উত্তৰ কমলাবাৰী সত্ৰ স্বাস্থ্য কেন্দ্ৰৰ বাবে ঔষধ তথা 1240 জন ছাত্ৰ ছাত্ৰীৰ বাবে বহী 'সমন্বয়ে' প্ৰদান কৰে৷ অসম জাতীয় বিদ্যালয়, নুনমাটি,গুৱাহাটী,কলকাতাৰ প্ৰত্যৰ্পণ, ঐকান্তিক, ফিংগাৰ ক্ৰছড্, তথা সদৌ অসম ট্ৰাইবেল যুৱক সংস্থা আৰু বৃহত্তৰ বাঁহজানী সন্মিলিত ঐক্য মঞ্চয়ো 'সমন্বয়'ৰ বান সাহাৰ্য মিচনত সহায়ৰ হাত আগবঢ়ায়৷

Intro:মাজুলীৰ বানাক্ৰান্ত শিক্ষাৰ্থীক কিতাপ বিলালে ,"সমন্বয়ে"……

বানে জুৰুলা কৰা শিক্ষাৰ্থীক কিতাপ বহী যোগান ধৰিলে সামাজিক অনুষ্ঠান সমন্বয়ে……

v.o....সামাজিক সাংস্কৃতিক অনুষ্ঠান 'সমন্বয়'ৰ ড. দেৱাশিস বেজবৰুৱা, গণেশ লুইতপৰীয়া, গীতুমনি গোহাঁই, কৌশিক চক্ৰৱৰ্তী, তীৰ্থ প্ৰতীম নাথ, ভাস্কৰ তালুকদাৰ, লগতে আন আন সদস্যৰ দলটিয়ে 25 আৰু 26 আগষ্ট তাৰিখে মাজুলীৰ বান বিধ্বস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত লোকসকললৈ সাহাৰ্য্য আগবঢ়ায়| 25 আগষ্ট তাৰিখে ভকত চাপৰি অঞ্চলৰ 16 খন গাঁও আৰু কৰতিপাৰ অঞ্চলৰ 3 খন গাৱত সমূহ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহী, অন্যান্য শিক্ষাৰ লগত জড়িত সামগ্ৰী আৰু আন আন সামগ্ৰী বান সাহাৰ্য্য হিচাপে প্ৰদান কৰে | 26 আগষ্ট তাৰিখে কমলাবাৰী অঞ্চলৰ মথাউৰিৰ বাহিৰৰ ক্ষতিগ্ৰস্ত তিনিখন গাৱতো সমন্বয়ে সাহাৰ্য্য প্ৰদান কৰে | তদুপৰি উত্তৰ কমলাবাৰী সত্ৰৰ দ্বাৰা পৰিচালিত উত্তৰ পূৱ শিশু বিকাশ কেন্দ্ৰৰ সহযোগিতাত উত্তৰ কমলাবাৰী সত্ৰ প্ৰাংগনত অনুষ্ঠিত এখন সভাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উপস্থিতিত বানপানীত ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন সামগ্ৰী, উত্তৰ কমলাবাৰী সত্ৰ স্বাস্থ্য কেন্দ্ৰৰ বাবে ঔষধ তথা 1240 জন ছাত্ৰ ছাত্ৰীৰ বাবে বহী 'সমন্বয়ে' প্ৰদান কৰে | অসম জাতীয় বিদ্যালয়, নুনমাটি,গুৱাহাটী; কলকাতাৰ প্ৰত্যৰ্পণ, ঐকান্তিক, ফিংগাৰ ক্ৰছড্, তথা সদৌ অসম ট্ৰাইবেল যুৱক সংস্থা আৰু বৃহত্তৰ বাঁহজানী সন্মিলিত ঐক্য মঞ্চয়ো 'সমন্বয়'ৰ বান সাহাৰ্য্য মিচনত সহায়তা কৰে।

বাইট …সত্ৰাধিকাৰ
বাইট… সমন্বয়Body:মাজুলীৰ পৰা যদুমণি শইকীয়া Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.