ETV Bharat / state

মাজুলীত আজিৰে পৰা আৰম্ভ অসম ভাওনা সমাৰোহ ২০২২ - অসম ভাওনা সমাৰোহ ২০২২

ঐতিহাসিক আউনীআটি-সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আজিৰে পৰা ১৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে অসম ভাওনা সমাৰোহ ২০২২(Assam Bhawan Samaroh 2022) । এইবছৰ ভাওনা সমাৰোহত ভাওনা সূৰ্য আৰু ভাওনা চন্দ্ৰ উপাধি প্ৰদান কৰা হ’ব ৷

Assam Bhawan Samaroh 2022 is being held from today
অসম ভাওনা সমাৰোহ ২০২২
author img

By

Published : Feb 18, 2022, 4:17 PM IST

মাজুলী, 18 ফেব্ৰুৱাৰী : মাজুলীৰ আউনিআটী সত্ৰৰ প্ৰাংগনত শুকুৰবাৰৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম ভাওনা সমাৰোহ ২০২২(Assam Bhawan Samaroh 2022) । মাজুলী ঐতিহাসিক আউনিআটী সত্ৰৰ উদ্যোগত প্ৰত্যেক ২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছে অসম ভাওনা সমাৰোহ ।

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ ভাওনা মহোৎসৱখনৰ গ্ৰন্থ প্ৰদৰ্শনীৰ দ্বাৰ শুকুৰবাৰে মুকলি কৰা হয় । গ্ৰন্থ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাম সিং ইঙে । অসম ভাওনা সমাৰোহ ২০২২ ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছিল ।

অসম ভাওনা সমাৰোহ ২০২২

উল্লেখ্য য়ে, ২০০৬ চনৰ পৰা প্ৰতি ২ বছৰৰ অন্তৰে-অন্তৰে আউনীআটি সত্ৰই অনুষ্ঠিত কৰি আহিছে ভাওনা সমাৰোহৰ । এইবাৰো বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা ভাওনা সমাৰোহথলী উদুলি-মুদূলি হৈ পৰিছে । ২৮ খন প্ৰতিযোগিতাৰ ভাওনা আৰু এখন প্ৰদৰ্শনীমূলক ভাওনাৰে সৰ্বমুঠ ২৯ খন ভাওনা অনুস্থিত হ’ব সমাৰোহত ।

লগতে পঢ়ক : কলগাছিয়াৰ পৰা মক্কা আৰু মদিনালৈ যাত্ৰা ওমৰাহ হজযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.