ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত স্বাস্থ্যখণ্ডৰ পঁয়ালগা ৰূপ

author img

By

Published : Aug 1, 2019, 11:51 PM IST

ৰাজ্যৰ অন্য প্ৰান্তৰ নহয় অতি শোচনীয় অৱস্থাত চলিছে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ স্বাস্থ্যখণ্ড । মাত্ৰ এগৰাকী অস্থায়ী চিকিৎসকে সেৱা আগবঢ়াইছে ৪০ হাজাৰ জনসাধাৰণক। তথ্য অনুসৰি পূৱ মাজুলী অঞ্চলৰ জনসাধাৰণৰ একমাত্ৰ ভৰসা বনগাওঁ চিকিৎসালয়খনত থকা এগৰাকী অস্থায়ী চিকিৎসকে চলাইছে দুখনকৈ চিকিৎসালয় ৷

স্বাস্থ্যখণ্ডৰ পঁয়ালগা ৰূপ

মাজুলী, 1 আগষ্টঃ ৰাজ্যৰ অন্য প্ৰান্তৰ নহয় অতি শোচনীয় অৱস্থাত চলিছে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ স্বাস্থ্যখণ্ড । মাত্ৰ এগৰাকী অস্থায়ী চিকিৎসকে সেৱা আগবঢ়াইছে ৪০ হাজাৰ জনসাধাৰণক। তথ্য অনুসৰি পূৱ মাজুলী অঞ্চলৰ জনসাধাৰণৰ একমাত্ৰ ভৰসা বনগাওঁ চিকিৎসালয়খনত থকা এগৰাকী অস্থায়ী চিকিৎসকে চলাইচে দুখনকৈ চিকিৎসালয় ৷ ফলত বিপদত পৰিছে মাজুলীবাসী ৷ ইয়াৰোপৰি বিগত ছমাহে অচল অৱস্থাত আছে চিকিৎসালয়খনৰ এম্বুলেঞ্চ সেৱা ৷ কিন্তু এইবোৰ সমস্যাৰ প্ৰতি কাণ-সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। আনহাতে নিধিৰাম চৰ্দাৰ ৰূপ লৈছে ৰাজ্য চৰকাৰ ৷ ফলত বিগত বহু বছৰৰ পৰা সাধাৰণ সুবিধাখিনিৰ পৰা বঞ্চিত হৈ আছে সাধাৰণ ৰোগীতো বাদেই প্ৰসূতিসকলো ৷

মুখ্যমন্ত্ৰীৰ সমষ্টিত স্বাস্থ্যখণ্ডৰ পঁয়ালগা ৰূপ

আনহাতে বিভাগটোৰ ওপৰত শিশুৰ জীৱনক লৈও হেতালি খেলাৰ অভিযোগ। ৰাইজৰ অভিযোগ অনুসৰি মুঠেও সুৰক্ষিত নহয় শিশুক প্ৰদান কৰা টিকা সমূহ। কাৰণ দীৰ্ঘ সময় বিকল হৈ আছে চিকিৎসালয়খনৰ ইনভাৰটাৰ। যাৰ বাবে বিপাঙত পৰিছে দ্বায়িত্বত থকা স্বাস্থ্য কৰ্মীসমূহ। বিদ্যুত নাথাকিলে ইনভাৰটাৰৰ অভাৱত আইচ পেকট ভৰাব লাগে টিকা সমূহত।

Intro:# মাজুলী স্বাস্থ্য খণ্ডৰ পঁয়ালগা ৰূপঃ
# মাজুলীৰ প্ৰথমখন ৰাজ্যিক চিকিৎসালয় কেনেকৈ চলিছেঃ
# নাই স্থায়ী চিকিৎসক, নাই এম্বুলেঞ্চ, নাই ইনভাটাৰঃ
# সুৰক্ষিত নহয় শিশুৰ টিকাঃ
# একাউনটেন্টে যোৰহাটৰ ঘৰৰপৰা চলাই সিকিৎসালয়ৰ যাবতীয় হিচাপঃ

VO.... মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টি মাজুলীৰ স্বাস্থ্য খণ্ডৰ পয়ালগা অৰস্থা। নদীদ্বীপ মাজুলীৰ প্ৰথমখন বনগাঁও ৰাজ্যিক চিকিৎসালয়ৰ অৱস্থা চাওঁক। মাত্ৰ এগৰাকী অস্থায়ী চিকিৎসকে সেৱা আগবঢ়াই ৪০ হাজাৰ জনসাধাৰণক। পূৱ মাজুলী অঞ্চলৰ জনসাধাৰণৰ একমাত্ৰ ভৰসা চিকিৎসালয়খত এগৰাকী সিকিৎসকে দুখনকৈ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰিব লগা হেৱাতত সমস্যাৰ সন্মুখীন হৈছে। পৰিনতিত অঞ্চলবাসী ৰাইজে ভূগিছে দুৰ্ভোগ।
আনহাতে বিগত ছমাহে চিকিৎসালয়খনৰ এম্বুলেঞ্চ বেয়া হৈ থকাৰ পাছটো কাণশাৰ নাই বিভাগীয় কৰ্তীপক্ষৰ। সাধাৰণ ৰোগী আৰু প্ৰসুতী মাতৃয়ে প্ৰায়ে জীয়াতু ভূগিব লগা হৈছে।
বাইট--- ডাইভাৰ।

ভয়ানক কথাটো হল দেশৰ ভবিষ্যত শিশুৰ জীৱনক লৈ হেতালি খেলি হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে। মুঠেও সুৰক্ষিত নহয় শিশুৰ বাবে প্ৰদান কৰা টিকা সমুহ। কাৰণ দীৰ্ঘ সময় বিকল হৈ আছে চিকিৎসালয়খনৰ ইনভাটাৰ। যাৰ বাবে বিপাঙত পৰিছে দ্বায়িত্বত থকা স্বাস্থ্য কৰ্মী। কাৰেণ্ট নাথাকিলে ইনভাটাৰৰ অভাৱত আইচ প্ৰেগট ভৰাব লাগে টিকা সমুহ।
বাইট--- নাৰ্চ।

Body:ইফালে নিয়মীয়াকৈ চিকিৎসালয়ত একাউনটেণ্ট গৰাকী উপস্থিত নহয়। যাৰ বাবে সময়ত এম্বুলেঞ্চ বা ইনভাটাৰ ঠিক কৰিব পৰা নাই। পৰিণতি ভূগিছে পূব মাজুলীৰ বনগাঁও অঞ্চলৰ সাধাৰণ গঞাঁই।
বাইট--- স্থানীয় ব্যক্তি।Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.