ETV Bharat / state

নাৰায়ণপুৰৰ তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ

author img

By

Published : Jun 24, 2020, 9:56 AM IST

বুধবাৰে নাৰায়ণপুৰৰ বাবে আহিল এটা বেয়া খবৰ ৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি নাৰায়ণপুৰৰ তিনিগৰাকী লোকৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি ৷

নাৰায়ণপুৰৰ তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ
নাৰায়ণপুৰৰ তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ

নাৰায়ণপুৰ, 24 জুনঃ

THREE PERSON COVID POSITIVE IN NARAYANPUR_BIHPURIA ASSAM

  • লখিমপুৰৰ নাৰায়ণপুৰত কোভিড19 ত আক্ৰান্ত তিনিজন ব্যক্তি ৷
  • আক্ৰান্ত লোক কেইজন হ'ল পল্লৱ বৰা,লুহিত ভট্টাচাৰ্য আৰু উৎপল বৰা ।
  • পল্লৱ বৰাৰ ঘৰ বৰপথাৰত,লুহিত ভট্টাচাৰ্যৰ ঘৰ নাৰায়ণপুৰ নগৰত
  • আনজন উৎপল বৰাৰ ঘৰ কাছিকতাত বুলি জানিব পৰা গৈছে ।
  • আক্ৰান্ত লোক কেইজন গাড়ীচালক বুলি জানিব পৰা গৈছে
  • বহিৰাজ্যৰ পৰা অহা লোকসকলক অনা-নিয়াৰ কামত নিয়োজিত আছিল ।
  • সমগ্র অঞ্চলটোতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷

লগতে চাওকঃ প্ৰাচীন বিশ্বৰ মানক মুদ্রাৰ পৰা স্মাৰ্ট বিনিয়োগলৈ সোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.