ETV Bharat / state

লখিমপুৰত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ - CM

স্মাৰকপত্ৰ প্ৰ্ৰেৰণ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ ৷ শীঘ্ৰে প্ৰাপ্যৰ পৰা বঞ্চিত টেট শিক্ষকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা নল'লে ৰাজ্যত প্ৰবল প্ৰতিবাদ গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে টেট শিক্ষকসকলে ।

লক্ষীমপুৰত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ
author img

By

Published : Mar 7, 2019, 5:10 PM IST

লক্ষীমপুৰ, ৭ মাৰ্চঃ বিভিন্নসমস্যা সমাধানৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতোবৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে টেট উত্তীৰ্ণ শিক্ষকসকলে ।

লক্ষীমপুৰত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ
শিক্ষকসকলে এক প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ । ইপিনে শীঘ্ৰে প্ৰাপ্যৰ পৰা বঞ্চিত টেট শিক্ষকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা নল'লে ৰাজ্যত প্ৰবল প্ৰতিবাদ গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে টেট শিক্ষকসকলে ।

NLP TEACHERS PEOTEST

সমস্যা সমাধানৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো প্ৰতিবাদ সদৌ অসম টেট উৰ্ত্তীৰ্ণ শিক্ষকৰ। নগৰৰ মাজ মজিয়াৰে প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ জড়িয়তে স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ। প্ৰাপ্যৰ পৰা বঞ্চিত টেট শিক্ষকৰ হুংকাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা নললে ৰাজ্যত প্ৰৱল প্ৰতিবাদত নামিব টেট শিক্ষক।
Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.