ETV Bharat / state

বগীনদীৰ ন কদমত সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া - মাটি ভেটি হেৰুওৱাৰ আশংকা

সোৱণশিৰি নদীৰ খহনীয়াৰ কবলত পৰি শ শ হেক্টৰ কৃষিভূমি, ঘৰ ভেটি জাহ গৈছে নৈ খনৰ বুকুত ৷

Suvansiri river erosion lakhimpur
বগীনদীৰ ন কদমত সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া
author img

By

Published : Sep 5, 2020, 6:27 PM IST

লখিমপুৰ, 5ছেপ্তেম্বৰঃ বগীনদীত সোৱনশিৰীৰ খহনীয়াৰ ভয়ংকৰ ৰূপ । মাটি ভেটি হেৰুওৱাৰ আশংকাত ত্ৰস্তমান নৈপৰীয়া । খহনীয়াত মাটি ভেটি হেৰুওৱাৰ আশংকাত ত্ৰস্তমান বৃহত্তৰ বাধাকৰা অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজ । ইতিমধ্যে সোৱণশিৰি নদীৰ খহনীয়াৰ কবলত পৰি শ শ হেক্টৰ কৃষিভূমি, ঘৰ ভেটি জাহ গৈছে নৈ খনৰ বুকুত ।

বগীনদীৰ ন কদমত সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া
জানিব পৰামতে নৈ খনৰ খহনীয়া ৰোধৰ বাবে কোটি টকাৰ এক আঁচনি ৰূপায়ন কৰা হৈছিল । কিন্তু বিজ্ঞানসন্মত ভাৱে গ্ৰহণ নকৰাৰ বাবে আঁচনিখনে খহনীয়া ৰোধ কৰিবলৈ ফলপ্ৰসূ নহ’ল ৷ সেয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ দলে আৰু জলসম্পদ বিভাগক দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ বৃহৎ পৰিমাণৰ খাৰুৱা তেল কঢ়িয়াই অনা ভাৰতীয় জাহাজত জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.