ETV Bharat / state

Scotty Distribution program: লখিমপুৰত মেধাবী শিক্ষার্থীলৈ বাণীকান্ত কাকতি বঁটা

author img

By

Published : Dec 16, 2022, 12:46 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati Merit Award) প্ৰদান কৰি অহা হৈছে (Scotty Distribution program)৷ লখিমপুৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত শুকুৰবাৰে 1,482 গৰাকী মেধাবী শিক্ষার্থীক দিয়া হ’ব স্কুটী ৷

Scotty distribution among students in Lakhimpur
Scotty Distribution program: লখিমপুৰত মেধাবী শিক্ষার্থীলৈ বাণীকান্ত কাকতি বঁটা

লখিমপুৰ, 16 ডিচেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati Merit Award) প্ৰদান কৰি অহা হৈছে (Scotty Distribution program)৷

2021-2022 বৰ্ষত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 60 শতাংশ অথবা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা কৃতী ছাত্ৰীসকললৈ স্কুটী বিতৰণ কৰা হয়(Scotty distribution among students in Lakhimpur) ৷ লগতে 75 % অথবা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলকো প্ৰদান কৰা হয় স্কুটী ৷

লখিমপুৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত শুকুৰবাৰে 1,482 গৰাকী মেধাবী শিক্ষার্থীক দিয়া হ’ব স্কুটী ৷ অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ (Pragyan Bharati Scheme)অধীনত লখিমপুৰ জিলাত 2021-2022 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হোৱা সহস্ৰাধিক মেধাবী শিক্ষার্থীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা 2022 বটা প্ৰদান কৰা হ’ব ৷

ইতিমধ্যে স্কুটীসমুহ আনি মণ্ডপত মজুত কৰি ৰখা হৈছে ৷ কাইলৈ আনুষ্ঠানিকভাৱে স্কুটী বিতৰণৰ বাবে বিশাল জনসভা নিৰ্মাণ কৰা হৈছে ৷ স্কুটী বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লখিমপুৰৰ অভিভাৱক মন্ত্ৰী অতুল বৰা (Minister Atul Bora), ভৈয়াম জনজাতি আৰু শিক্ষা তথা অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Dr Ranoj Pegu)অংশগ্ৰহণ কৰিব ৷

লগতে এই অনুষ্ঠানত জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান আৰু জিলাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে মেধাবী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাবক তথা ৰাইজৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক: Scooty distribution at Dima Hasao : ডিমা হাছাও জিলাৰ 152 গৰাকী কৃতী শিক্ষাৰ্থী স্কুটী প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.