ETV Bharat / state

লখিমপুৰত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ - চিপিআই( এম)

নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰাৰ দাবীত লখিমপুৰত একে দিনাই দুটাকৈ সংগঠনৰ প্ৰতিবাদ

লখিমপুৰত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Aug 8, 2019, 3:31 PM IST

লখিমপুৰ, 08 আগষ্টঃ বান, গৰাখহনীয়া সমস্যাৰ সমাধান, নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰা আৰু বানপানীত ক্ষতিগ্ৰস্ত সকলক সাহায্য প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চিপিআই( এম) প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ চিপিআই( এম) য়ে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Intro:একে দিনাই দুটাকৈ প্ৰতিবাদ লখিমপুৰ উপায়ুক্ত কাৰ্যালয় সমুখত। বিষয় একেটাই। বান গৰাখহনীয়া সমসা সমাধান, নামণি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰা, বানপানী ত ঘৰ মাটি হেৰুৱা সকলক সাহায্য প্ৰদান কৰাৰ দাবীত উপায়ুক্তৰ কাৰ্যালয় সমুখত প্ৰতিবাদ CPIM ৰ।

Body:উপায়ুক্ত ৰ জড়িয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে CPIM এ।

Conclusion:একে দাবী ৰে উপায়ুক্ত কাৰ্যালয় সমুখত অবস্থান ধৰ্যঘত অসম যুৱ পৰিসদৰ। সংগঠণটোৰ দাবী চৰকাৰে বন্ধ কৰক নামণি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ ৰ কাম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.