ETV Bharat / state

জৰাজীৰ্ণ অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয় - লখিমপুৰ জলসিঞ্চন বিভাগ

শোচনীয় অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয় ৷ বতাহ বৰষুণ আহিলে নিৰাপদ স্থানলৈ ঢাপলি মেলিব লাগে বিভাগটোৰ সকলো কৰ্মচাৰী ৷ নৱপ্ৰজন্মৰ কৰ্মচাৰী নিযুক্তিৰ পূৰ্বে কাৰ্যালয়টো মেৰামতি কৰিবলৈ আহ্বান কৰ্মচাৰীসকলৰ ৷

লখিমপুৰ
জৰাজীৰ্ণ অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়
author img

By

Published : Feb 5, 2020, 6:10 PM IST

লখিমপুৰ, 5 ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ দুৰাৱস্থা৷ প্ৰায় জহি খহি গৈছে কাৰ্যালয়টোৰ গৃহ৷ কাৰ্যালয়টো দেখিলে তবধ মানিব সকলো সচেতন নাগৰিকে ৷ কাৰ্যালয়ৰ গৃহটোত নাই দুৱাৰ খিৰিকী, বহাত আহিলেই খহি পৰে ওপৰৰ চিলিং ৷ বতাহ বৰষুণ আহিলে কাম বন এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লাগে সকলো কৰ্মচাৰীয়ে ।

লখিমপুৰ
জৰাজীৰ্ণ অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়
জৰাজীৰ্ণ অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়

উল্লেখ্য যে, কিছুদিন পাচতে ৰাজ্যত নিযুক্তি লাভ কৰিব জলসিঞ্চন বিভাগৰ নতুন কৰ্মচাৰীয়ে । কিন্তু অতিকৈ শোচনীয় অৱস্থাত আছে লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়টো৷ যাৰ বাবে বিভাগীয় মন্ত্ৰীক নৱপ্ৰজন্মৰ কৰ্মচাৰী নিযুক্তিৰ পূৰ্বে জলসিঞ্চন কাৰ্যালয়টো মেৰামতি কৰিবলৈ আহ্বান জনাই লখিমপুৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলে ৷

আৰু পঢ়কঃ শীঘ্ৰে গুৱাহাটীত স্থাপন হ’ব ইজৰাইলৰ দূতাৱাস

Intro:কিছুদিনৰ পিছতে ৰাজ্য ত নিয়ুক্তি লাভ কৰিব জলসিঞ্চন বিভাগৰ নতুন কৰ্মচাৰীয়ে। কি কি অৱস্থাত থকা কাৰ্যালয়ত প্ৰৱেশ কৰি কাম কৰিব লাগিব নৱনিযুক্ত সকলে।

Body:এইয়া লখিমপুৰ জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয় ৰ দৃশ্য। এই কাৰ্যালয় দৃশ্য দেখিলে আপুনি তবধ মানিব, কাৰণ কাৰ্যালয় ৰ দুৱাৰ খিৰিকী নামত আছে , বতাহ আহিলেই খহি পৰে ওপৰৰ চিলিং। বতাহ বৰষুণ আহিলে কাম বন এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লাগে সকলো।

Conclusion:কৰ্মচাৰী সকলৰ বিভাগীয় মন্ত্ৰী লৈ আহ্বান নৱপ্ৰজন্মৰ নিযুক্তিৰ পূৰ্বে মেৰামতি কৰক আওপুৰণি কাৰ্যালয়। অন্যথা নতুন চাকৰি ত যোগদান কৰা সকলে হাহিব চৰকাৰক।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.