ETV Bharat / state

জুবিনৰ প্ৰতি সঁহাৰি: অনুৰাগীৰ গছপুলি ৰোপণ

author img

By

Published : Apr 18, 2021, 6:48 PM IST

শনিবাৰে আজাৰাৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গে গছপুলি ৰোপণ কৰিবলৈ ৰাইজক আহ্বান জনাইছিল ৷ কণ্ঠশিল্পী গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে ধুৱাহাট বেলগুৰি সত্ৰ প্ৰাংগণত জুবিন অনুৰাগীয়ে ৰোপণ কৰে গছপুলি ৷

জুবিনৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই অনুৰাগীৰ গছপুলি ৰোপন

বিহপুৰীয়া,18 এপ্ৰিল: কণ্ঠশিল্পী জুবিন গাৰ্গৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে নাৰায়ণপুৰত জুবিন অনুৰাগীয়ে ৰোপণ কৰে গছপুলি ৷ উল্লেখ্য যে, শনিবাৰে আজাৰাত আছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷ এই সংগীতানুষ্ঠানৰ পৰাই ৰাইজক গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাই কণ্ঠশিল্পী গৰাকীয়ে ৷

জুবিনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অনুৰাগীৰ গছপুলি ৰোপণ

কণ্ঠশিল্পী জুবিন গাৰ্গৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জুবিন গাৰ্গ ফেন ক্লাব নাৰায়ণপুৰৰ সদস্যসকলে ধুৱাহাট বেলগুৰি সত্ৰৰ প্ৰাংগণত দেওবাৰে ৰোপণ কৰে কেইবাটাও নাহৰৰ পুলি ৷ এই কাৰ্যসূচীত বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে অংশগ্ৰহণ কৰে ৷ সত্ৰাধিকাৰ গৰাকীয়ে এনে ধৰণৰ কৰ্মৰ জৰিয়তে সমাজখন সুন্দৰ কৰি ৰাখিবলৈ ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক: হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিলে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.